• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক আমিনুল ইছলামক পাকিস্তানলৈ পঠিয়াই দিব লাগে : সাংসদ বিজয়া চক্ৰৱৰ্তী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 17, 2019 1:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমিনুল ইছলামক শত্ৰু হিচাপে গণ্য কৰি পাকিস্তানলৈ পঠিয়াই দিয়াৰ একান্ত প্ৰয়োজন।‘ জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত কাৰ্য্যৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰা ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আমিনুল ইছলামক কটাক্ষ কৰি এইদৰে কয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। ১৫ ফেব্ৰুৱাৰিত ধিং সমষ্টিৰ বিধায়কজনে কাশ্মীৰৰ ঘটনাটোক লৈ দিয়া এটা বিতৰ্কিত ফেচবুক প’ষ্টৰ প্ৰতিক্ৰিয়াত এইকদৰে কয় বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে।

প’ষ্টটোত ইছলামে কৈছিল ‘পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সেনাৰ গুলীয়াগুলী আৰু সদায় ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ কিয় হয়?’

Apply Now

এই সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ সাংসদ চক্ৰৱৰ্তীয়ে কয়, ‘তেনেকুৱা মানুহক ধৰি আনি ৰাস্তাত গোটা বেতৰে কোবাব লাগে যাতে থিয় হ’ব নোৱাৰে।‘

‘আমিনুল ইছলামে এই হত্যাকাণ্ড সংঘটিত কৰিছে নেকি? আমাৰ যি ৪২ জন শ্বহীদ হ’ল ইয়াত বিধায়ক আমিনুল ইছলামৰ হাত আছে নেকি?’ এইদৰেও বিধায়কজনক প্ৰশ্ন কৰে চক্ৰৱৰ্তীয়ে?

ইয়াৰোপৰি, ‘কোনে কৰিছে বুলি তেওঁ ভাবিছে?’ বুলি চক্ৰৱৰ্তীয়ে আমিনুলক লগতে প্ৰশ্ন কৰি কয় যে এনেকুৱা ধৰণৰ মন্তব্য যি কৰিছে তেওঁ বিধায়ক হোৱাৰ যোগ্যতা নাই।

ইপিনে, ভাৰতবৰ্ষত এইটোৱেই এই ধৰণৰ আটাইতকৈ জঘন্যতম সন্ত্ৰাসবাদীৰ ঘটনা বুলিও উল্লেখ কৰে গুৱাহাটীৰ সাংসদগৰাকীয়ে।

চক্ৰৱৰ্তীৰ মতে ‘ভাৰতক যুদ্ধত বলে নোৱাৰি এতিয়া পাকিস্তানে ছায়া যুদ্ধৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰিছে।‘

তদুপৰি সাংসদগৰাকীয়ে পাকিস্তানক ‘বিষাক্ত কাঠফুলা’ আৰু ‘বিহ মেটেকা’ৰ সৈতে তুলনা কৰি কয় যে এই বিহ মেটেকাক যদি জীয়াই ৰাখে তেন্তে পৃথিৱীত কেতিয়াও শান্তি নহয়, গতিকে ভাৰতে পাকিস্তানক ধ্বংস কৰি দিব লাগে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ধিং সমষ্টিৰ বিধায়কগৰাকী এই প্ৰশ্নক তীব্ৰ গৰিহণা দিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়ায়ো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd