• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজস্থানৰ বিজেপি সাংসদ ওম বিৰলা হ’ব লোকসভাৰ নতুন অধ্যক্ষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 18, 2019 12:35 pm

1 min read

Om-Birla-750x375

সপ্তদশ লোকসভাৰ অধ্যক্ষ হিচাপে বিজেপি মনোনীত কৰিব সাংসদ ওম বিৰলাক।

3.3k
VIEWS
Share on FacebookShare on Twitter

সপ্তদশ লোকসভাৰ অধ্যক্ষ হিচাপে বিজেপিয়ে দলটোৰ সাংসদ ওম বিৰলাক প্ৰক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে। সোমবাৰে অধিৱেশন আৰম্ভ হোৱা নিম্ন সদনৰ অধ্যক্ষ হিচাপে ৰাজস্থানৰ কোটাৰ পৰা দুবাৰকৈ নিৰ্বাচিত সাংসদ ওম বিৰলাক মনোনীত কৰাটো প্ৰায় নিশ্চিত হৈছে।

ওম বিৰলাৰ পত্নী অমিত বিৰলাই সাংবাদিকৰ আগত কয় যে পৰিয়ালৰ বাবে এয়া এক অতি গৌৰৱৰ  মুহূৰ্ত।

‘’এয়া আমাৰ বাবে অতি গৌৰৱ আৰু সুখৰ মুহূৰ্ত। আমি তেওঁক নিৰ্বাচিত কৰা বাবে কেবিনেটক ধন্যবাদ জনাইছো,’’-তেওঁ এটা সংবাদ প্ৰতিষ্ঠানৰ আগত এইদৰে কয়।

বিজেপি প্ৰাৰ্থী হিচাপে ২০১৯’ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ওম বিৰলাই কংগ্ৰেছ দলৰ ৰামনাৰায়ন মীনাক ২.৫ লাখ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি কোটা-বুন্দি সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।

বিৰলাই পূৰ্বৰ লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনৰ স্থানত স্থলাভিষিক্ত হ’ব। উল্লেখযোগ্য যে সুমিত্ৰা মহাজনে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd