• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিধানসভাত বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে গৰিহণা প্ৰস্তাৱৰ দাবী বিৰোধীৰ

by
March 21, 2025 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমক কেন্দ্ৰ কৰি এগৰাকী বিজেপি সাংসদৰ চাঞ্চল্যকৰ মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। সংসদৰ মজিয়াত ধুবুৰী জিলাক ‘মিনি বাংলাদেশ’বুলি আখ্যা দি বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে এই বিতৰ্কৰ সূচনা কৰিছে। ভুৱা ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই মন্তব্য প্ৰকাশ কৰে। বিগত লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ বিপুল জয়ৰ কথা উল্লেখ কৰি সুধাংশু ত্ৰিবেদীয়ে এই বক্তব্য দিয়ে।

তেওঁ নিজ ভাষণত বিৰোধীৰ ভুৱা ভোটাৰৰ অভিযোগৰ জৱাবত কয় যে ভুৱা ভোটাৰৰ আগতে ভুৱা নাগৰিকৰ বিষয়টো স্পষ্ট কৰা উচিত। তেওঁ প্ৰশ্ন কৰে যে বিৰোধীয়ে কিয় এন আৰ চিৰ প্ৰতি সম্মতি নিদিয়ে। তাৰ পিছত তেওঁ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ধুবুৰীত ১০ লাখৰো অধিক ভোটত জয়ী হোৱাৰ কথা উল্লেখ কৰি ধুবুৰীক ‘মিনি বাংলাদেশ’ বুলি অভিহিত কৰে।

Apply Now

সুধাংশু ত্ৰিবেদীৰ মতে, এন আৰ চি সম্পন্ন হ’লে ভুৱা ভোটাৰৰ বিষয়টো স্পষ্ট হৈ পৰিব, কিন্তু বিৰোধীয়ে এন আৰ চি নিবিচাৰে। বিজেপি সাংসদগৰাকীৰ এই মন্তব্যৰ ফলত দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে এই ধৰণৰ বক্তব্যক ‘ভাৰতৰ নিৰাপত্তাৰ বাবে বিপজ্জনক” বুলি সমালোচনা কৰিছে। নিজৰ এক্স হেণ্ডেলত তেওঁ লিখিছে যে গোপীনাথ বৰদলৈয়ে ধুবুৰীৰ জনসাধাৰণক ভাৰতৰ সৈতে থাকিবলৈ আৰু পাকিস্তানত নাযাবলৈ কেনেকৈ বুজাইছিল, সেয়া ত্ৰিবেদীয়ে জানেনে বুলিও প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিতৰ্কৰ প্ৰতিক্ৰিয়া জনাই এক্সত অঞ্চলটোৰ ঐতিহাসিক পৰিচয় তুলি ধৰিছে। সঞ্জয় হেগড়েৰ টুইটৰ উত্তৰত তেওঁ কয় “ধুবুৰী পূৰ্বৰ গোৱালপাৰা জিলাৰ অংশ আছিল। গোৱালপাৰা জিলাত বড়ো আৰু কোচ-ৰাজবংশীৰ দৰে খিলঞ্জীয়া জনগোষ্ঠীয়ে প্ৰধানকৈ বসবাস কৰি আহিছে। এই জনগোষ্ঠীৰ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক গভীৰভাৱে শিপাই আছে।”

তেওঁ আৰু উল্লেখ কৰে যে ‘এই থলুৱা জনসাধাৰণে কেতিয়াও পাকিস্তানত যোগদানৰ ইচ্ছা প্ৰকাশ কৰা বা তাৰ বাবে গণভোট বিচৰাৰ কোনো প্ৰমাণ নাই।’ একে সময়তে তেওঁ প্ৰব্ৰজনৰ ফলত জনগাঁথনিগত পৰিৱৰ্তনৰ প্ৰতি উদ্বেগ স্বাভাৱিক আৰু বাস্তৱিক বুলিও মত প্ৰকাশ কৰিছে।

ইফালে  অসম বিধানসভাত বিৰোধী দলৰ বিধায়কসকলে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ ধুবুৰী জিলাক ‘মিনি বাংলাদেশ’বুলি উল্লেখ কৰা মন্তব্যৰ বিৰুদ্ধে গৰিহণাৰ প্ৰস্তাৱ গৃহীত কৰাৰ দাবী জনাইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd