DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱাট; বিজেপি বিধায়িনী দলে ল’লে সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2021 12:20 pm
WhatsApp Image 2021-03-10 at 11.50.32 AM

উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱাট।

246
VIEWS
Share on FacebookShare on Twitter

গাড়োৱালৰ সাংসদ তীৰথ সিং ৰাৱাট উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। বিজেপি বিধায়িনী দলৰ বৈঠকত তেওঁক নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

বিগত কেইদিন ধৰি চলি থকা ৰাজনৈতিক উত্থান-পতনৰ মাজতে মঙলবাৰে সন্ধিয়া ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে ৰাজ্যপাল বেবী ৰাণী মৌৰ্যক নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰিছিল।

বুধবাৰে পুৱা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আহ্বান কৰা বিধায়কসকলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰী হিচাপে তীৰথ সিং ৰাৱাটৰ নাম নিশ্চিত কৰা হয়।

উক্ত বৈঠকত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, ৰমেশ পোখৰিয়ালৰ উপৰি ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, ৰাজ্যিক সভাপতি বংশীধৰ ভগত, দুষ্যন্ত কুমাৰ গৌতমকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী সাংসদ তথা বিধায়ক উপস্থিত থাকে।

তীৰথ সিং ৰাৱাট ২০১৩ৰ ফেব্ৰুৱাৰিৰ পৰা ২০১৫ৰ ডিচেম্বৰলৈকে উত্তৰাখণ্ডৰ বিজেপিৰ ৰাজ্যিক সভাপতি আছিল। তেওঁ ছোবট্টাখালৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হোল=ৱাৰ লগতে গাড়োৱাল লোকসভাৰ সাংসদ।

তীৰথ সিং ৰাৱাট ২০০০বৰ্ষত নৱগঠিত উত্তৰাখণ্ডৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিল। তাৰপাছত ২০০৭চনত তেওঁ উত্তৰাখণ্ডৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিৰ্বাচিত হয়।

ইয়াৰ পূৰ্বে ১৯৮৩ৰ পৰা ১৯৮৮ চনলৈকে তীৰথ সিং ৰাৱাট ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক আছিল।

Recent News

TU Recruitment 2022

Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Maharashtra Political Crisis

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বিধায়ক বেচা-কিনা ৰাজনীতিৰ ঠিকাদাৰ: কটাক্ষ অজিত কুমাৰ ভূঞাৰ

AAU

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী, কি পদ, কেনেকৈ কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd