• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছৰ নীতি আদৰ্শ হাইজেক কৰিছে বিজেপিয়ে : দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 23, 2019 9:28 pm
Debabrata Saikia Day not far when BJP will nominate Godse for Bharat Ratna: Assam Congress

দেৱব্ৰত শইকীয়াৰ ফাইল ছবি।

250
VIEWS
Share on FacebookShare on Twitter

‘হিমন্ত বিশ্ব শৰ্মাৰ নীতি আদৰ্শ বেলেগ। এসময়ত গুজৰাটত কিবা কিবি গৈছিল, এতিয়া নোযোৱা হ’ল।‘ বুধবাৰে বিধানসভাৰ বিৰোধী দলপতিৰ কাৰ্য্যালয়ত এখন সংবাদমেলত এইদৰে কয় কংগ্ৰছৰ দলপতি দেবব্ৰত শইকীয়াই।

একেখন সংবাদমেলতে বিজেপিক সমালোচনা কৰিবলৈ গৈ তেওঁ বিজেপিয়ে এতিয়া কংগ্ৰেছৰ নীতি আদৰ্শ অনুকৰণ কৰিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে।

‘কেইদিনমানলৈকে হালধীয়া টুপি পিন্ধি থকা বিজেপিয়ে এতিয়া আমাৰ গান্ধী টুপিটোও লৈ গৈছে। খাদী বগা টুপীটো পিন্ধি ঘুৰি ফুৰিছে। তেওঁলোকে দেখাবলৈ কংগ্ৰেছৰ আটাইখিনি লৈ যাব পাৰে।‘ শইকীয়াই কয়।

শইকীয়াৰ মতে ‘কংগ্ৰেছক ৰাইজে এতিয়াও বিশ্বাস কৰে। দেশৰ স্বাধীনতাত কংগ্ৰেছৰ অৰিহনাক ৰাইজে স্বীকৃতি দিয়ে।‘

বৰ্তমানৰ বিজেপি চৰকাৰে সামগ্ৰীৰ মূল্য ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ বুলি মন্তব্য কৰি শইকীয়াই কয় ‘চিলিণ্ডাৰ, পেট্ৰ’ল, ডিজেল ইত্যাদি সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, অভাৱনীয় ভাৱে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে।‘

ইপিনে, কাইলৈ ঘোষিত হ’বলগীয়া উপ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শইকীয়াই কয়, ‘শূণ্য নিশ্চয় নহয়, শাসকীয় দলৰ বিৰুদ্ধে থাকিলে অলপ অসুবিধা হয়। আশা কৰিছো আমাৰ ফলাফল ভাল হ’ব।‘

‘ৰাতাবাৰীত এজন পুলিচে কিদৰে ৰিগিং কৰাই আছে নিশ্চয়কৈ সকলোৱে দেখা পাইছে। লগতে বিক্ৰম কৈৰী নামৰ এজন শিক্ষকে স্বাস্থ্য মন্ত্ৰীৰ সভাত মুকলিকৈ প্ৰচাৰ চলাই আছিল। মই মুখ্য নিৰ্বাচনী বিষয়ালৈ ইতিমধ্যে অভিযোগ দিছো।‘ শইকীয়াই কয়।

আনহাতে জনিয়া সমষ্টিত কংগ্ৰেছ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি মন্তব্য কৰি শইকীয়াই কয় ‘বিজেপি আৰু এ আই য়ু ডি এফে একেলগে খেলা বুলি গম পাইছো, কাৰণ বিজেপিৰ প্ৰাৰ্থীজনে এ আই য়ু ডি এফৰ কাৰ্য্যালয়ত ভোট বিচাৰি গৈছে।‘

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd