DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ এতিয়া বিজেপি, বিজেপিৰ নেতা শংকিত : ৰাকেশ চক্ৰৱৰ্তী

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 9, 2020 8:43 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

268
VIEWS
Share on FacebookShare on Twitter

২০২১ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধী পক্ষৰ মাজক আৰম্ভ হৈছে বাক্যবাণৰ খেল।

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই বিজেপিক একো ক্ষতি নকৰে বুলি কৰি অহা মন্তব্যৰ উত্তৰ দিছে  অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাকেশ চক্ৰৱৰ্তীয়ে।

ত‍েওঁ কয়, ‘কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ এতিয়া শংকিত বিজেপি। বিজেপিৰ নেতা মন্ত্ৰীৰ মুখত বাৰে বাৰে এই মিত্ৰতাৰ প্ৰসংগই বুজাই দিছে সেই কথা, যদি শংকিত নহ’লহেতেন তেতিয়া কংগ্ৰেছ-AIUDF ৰ কথা সদাই কৈ নাথাকিলেহেঁতেন’।

অহা নিৰ্বাচনত বিজেপি ধৰাসায়ী হ’ব আৰু সেই কথাৰ উমান পাইয়ে তেওঁলোকে চালে বেৰে কোবোৱা কথাবোৰ কৈ আছে বুলিও মন্তব্য কৰে।

বিজেপিৰ ১০০+ আসনৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, ‍‘হিমন্ত বিশ্ব শৰ্মাৰ বা বিজেপিৰ এই অংক ভুল, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে- কংগ্ৰেছ-AIUDFৰ মিত্ৰজোঁটে ৩৫ খনতকৈ বেছি আসন নাপায়, যদি বিজেপিয়ে ১০০ পাই তেন্তে মুঠ আসন ১৩৫ খন হয় কিন্তু আছে ১২৬ খন আসন। বিজেপিয়ে হতাশাত ভুগি এই মন্তব্য কৰি আছে।

হিমন্ত বিশ্ব অংক মাষ্টৰ, মেনেজ মাষ্টৰ হ’লেও এইবাৰ এই অংক ভুল হৈছে বুলিও কটাক্ষ কৰে চক্ৰৱৰ্তীয়ে।

অহা বিধান সভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলাৰ পৰা বিৰত থাকিব বুলি যি টুইট কৰিছিল এই সন্দৰ্ভতো কংগ্ৰেছ নেতা গৰাকীয়ে কয়, ‍‘তেখেতে আগতেও বহুবাৰ নিৰ্বাচন নেখেলো বুলি কৈছিল, গতিকে এই কথাৰ কোনো মূল্য নাই, অসমৰ ৰাইজে স্বৰূপ জানে, দুমুখীয়া নীতি, আগদিনা খন যদি কংগ্ৰেছ, পিছদিনাখন আকৌ বিজেপি, পিছত আকৌ AIUDF ও হৈ যাব পাৰে গতিকে এই ধৰণৰ কথাৰ কোনো মূল্য নাই’৷

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd