DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ সোণোৱাল কছাৰী-মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি, সন্মিলিত গণশক্তিৰ জয়লাভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 28, 2019 4:35 pm
election result

ফটো : নৰ্থ-ইষ্ট নাও

882
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা হোৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাৰ সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টি দুটাৰ পৰা এটাত বিজেপিৰ প্ৰাৰ্থী আৰু আন এটাত সন্মিলিত গণশক্তি অসমৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।

জিলা তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা নিৰ্বাচনৰ চূড়ান্ত ফলাফল অনুসৰি জিলাখনৰ ১৭ নং ৰজাবাৰী সমষ্টিত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী যাদৱ ডেকাবৰুৱা বিজয়ী হয়।

বিজেপিৰ প্ৰাৰ্থী ডেকাবৰুৱাই ১১৫০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমল কছাৰীয়ে ৯৭৮টা আৰু নিৰ্দলীয় প্ৰাৰ্থী শুভ্ৰজিৎ সোণোৱালে ৬৮৫টা ভোট লাভ কৰে।

আনহাতে ৩৪ নং দিচাং-দিখৌ সমষ্টিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল অনুসৰি সন্মিলিত গণশক্তি অসমৰ প্ৰাৰ্থী নিভা পেগু মিলি বিজয়ী হয়।

নিভা পেগু মিলিয়ে ৫৪০০টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী বৃষ্টি পাংগিং মিলিয়ে ৪০০৯টা ভোট,  কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেনুকা মিলিয়ে ১৭৭৫টা ভোট আৰু অগপৰ প্ৰাৰ্থী আৰতি য়েইনে ৪১০ টা ভোট লাভ কৰে।

উল্লেখ্য যে শিৱসাগৰ জিলাত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উক্ত সমষ্টি দুটাৰ বাবে অনুষ্ঠিত হৈ যোৱা নিবাৰ্চনৰ ভোটগণনা প্ৰক্ৰিয়া আজি পুৱা ৭ বজাৰ পৰা শিৱসাগৰ জিলাৰ জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল।

Recent News

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd