• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ উত্থানত শংকিত বিজেপি : দংৰাত অগপৰ নিৰ্বাচনী সভাত মন্ত্ৰী অতুল বৰা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 7, 2018 9:10 am
1c51bd2a-3f3a-499f-81f0-3f18b6a4b80d

বৰপেটাৰ দংৰাত অনুষ্ঠিত নিৰ্বাচনী সভাত অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসম গণ পৰিষদ দলৰ ক্ৰমাগত উত্থানত বিজেপি দল শংকিত হৈছে ৷ অগপৰ উত্থানকলৈ শংকিত হোৱাৰ বাবেই পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে অগপৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলাইছে ৷” এই মন্তব্য অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ ৷

বৰপেটা জিলাৰ দংৰাত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩-৩০ বজাত অনুষ্ঠিত অগপৰ  নিৰ্বাচনী সভাত বিজেপি সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসম গণ পৰিষদ দল ধৰ্মনিৰপেক্ষ দল ৷ এই দলটো ধৰ্মনিৰপেক্ষ হোৱা বাবে ধৰ্মৰ নামত বিদেশী চিনাক্তকৰণৰ পক্ষপাতী নহয়।

Apply Now

কংগ্ৰেছ চৰকাৰৰ অপশাসন ওৰ পেলাবৰ বাবেই ৰাইজে বিচৰা ধৰণে অগপ দলে বিজেপি, বিপিএফৰ লগত ৰামধেনু সদৃশ মিত্ৰতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ কয় ৷ কিন্তু বিজেপি দলে অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰাৰ পাছৰে পৰাই অগপই ৰাইজৰ সহযোগত এই বিধেয়কৰ প্ৰবল বিৰোধিতা কৰি অহা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

অগপ দলে ৰাজনৈতিক সংস্থাপন দিয়া নেতাসকলে এতিয়া অইন দলত গৈ অগপক সমালোচনা কৰাটো লজ্জাজনক বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

বৰপেটা জিলা অগপৰ সম্পাদক ধনজিৎ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মন্ত্ৰী বৰাই কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ বিৰুদ্ধেও মন্তব্য প্ৰদান কৰে ৷ অসম গণ পৰিষদ দলৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় দলে যে  অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে সেই কথা অসমৰ ৰাইজে ইতিমধ্যে বুজি পোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

তদুপৰি, নিকা পঞ্চায়ত গঠন কৰাৰ স্বাৰ্থত অগপ প্ৰাৰ্থীক ভোট দিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায় ৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আন কেইবাখনো নিৰ্বাচনী সভাতো অংশ গ্ৰহণ কৰে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd