• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপিৰ আইটি চেলৰ ওপৰত ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2021 9:42 am

1 min read

বিজেপিৰ আইটি চেলৰ ওপৰত ব্যৱস্থা ল’বলৈ  কেন্দ্ৰীয় চৰকাৰক আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতাৰ
156
VIEWS
Share on FacebookShare on Twitter

পৰিৱেশকৰ্মী দিশা ৰবী (২২)-ক মোদী চৰকাৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা জনাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰখনক চোকা সমালোচনা কৰিছ।

বেনাৰ্জীয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে চৰকাৰে প্ৰথমে নিজৰ আইটি চেলৰ ওপৰত ব্যৱস্থা ল’ব লাগে, যি মিছা বাতৰি বিয়পাই আহিছে।

বেনাৰ্জীয়ে অভিযোগ কৰে গেৰুৱা দলটোৰ আইটি চেলকৰ্মী সমূহে তৃণমূল কংগ্ৰেছৰ হৈ ভুৱা ফটো উঠে আৰু পাছত দলটোক বদনাম কৰে।

ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈও বেনাৰ্জীয়ে মোদী চৰকাৰক সমালোচনা কৰি কয় যে কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বাদে কেন্দ্ৰীয় চৰকাৰখন বিশেষ একো কাম কৰা নাই।

উল্লেখযোগ্য যে, বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজৰ ছাত্ৰী দিশা ৰবী পৰিৱেশসুৰক্ষা সংক্ৰান্তীয় বিভিন্ন সংস্থাৰ স’তে জড়িত।

Recent News

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

WhatsApp Image 2021-02-26 at 12.44.26 PM

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd