DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিত মোক্ষম আঘাত: পদত্যাগ কৰিলে দলৰ মুখপাত্ৰ ফণী পাঠকে

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 13, 2021 5:27 pm
4.7k
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম বিজেপিত এক মোক্ষম আঘাত।

বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰ ফণী পাঠকে আজি দলৰ পৰা পদত্যাগ কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত পাঠকে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ মুখপাত্ৰ ফণী পাঠক টিকটৰ এগৰাকী দাবীদাৰ আছিল।

কিন্তু ফণী পাঠকক বঞ্চিত কৰি পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকহে প্ৰাৰ্থিত্ব প্ৰদান কৰে।

এই কথাতে ক্ষুণ্ণ হৈ আজি ফণী পাঠকে দলৰ পৰা পদত্যাগ কৰে।

আজি অনুষ্ঠিত কৰা এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে দলে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি অৱলম্বন কৰিছে।

সেইবাবেই তেওঁৰ লেখীয়া দলৰ বহু নিষ্ঠাবান কৰ্মীয়ে টিকটৰ পৰা বঞ্চিত হোৱা বুলি পাঠকে আক্ষেপ কৰে।

উল্লেখ্য ২০১১ চনত বিজেপিত যোগদান কৰা ফণী পাঠকে সমষ্টিটোত বহু দিনৰে পৰা সামাজিক কাম কৰি আহিছিল।

সমষ্টিটোত বিজেপি দলৰ জনপ্ৰিয়তা বৃদ্ধিত পাঠকৰ যথেষ্ট অৰিহণা থকা বুলি বহুতে মন্তব্য কৰিছে। বজালী জিলা ঘোষণাৰ ক্ষেত্ৰত ৰঞ্জিত দাসৰ কোনো অৰিহণা নাই বুলিও পাঠকে মন্তব্য কৰে।

Recent News

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

Pineapple: আপুনিও আনাৰস খাই ভাল পাই নেকি? জানো আহক আনাৰসৰ উপকাৰিতাৰ বিষয়ে

Pineapple: আপুনিও আনাৰস খাই ভাল পাই নেকি? জানো আহক আনাৰসৰ উপকাৰিতাৰ বিষয়ে

ৰাজ্যৰ বান পৰিস্থিতিকলৈ সৰৱ; ৰাজভৱনৰ সন্মুখত আম আদমী পাৰ্টীৰ মানৱ শৃংখল

ৰাজ্যৰ বান পৰিস্থিতিকলৈ সৰৱ; ৰাজভৱনৰ সন্মুখত আম আদমী পাৰ্টীৰ মানৱ শৃংখল

লখিমপুৰত ‘ত্ৰুটিপূৰ্ণ’ বিদ্যুতৰ লাইনৰ বাবে শ শ চৰাইৰ কৰুণ মৃত্যু

লখিমপুৰত ‘ত্ৰুটিপূৰ্ণ’ বিদ্যুতৰ লাইনৰ বাবে শ শ চৰাইৰ কৰুণ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd