• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্নদাতা কৃষকসকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ: ৰণজিৎ কুমাৰ দাস

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2020 6:48 am

2 min read

EpbMFniU0AAYwxJ

সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাস। ফটো সৌজন্য: টুইটাৰ

198
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ দ্বাৰা “কৃষক সন্মিলনী” অনুষ্ঠিত কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি  ৰণজিৎ কুমাৰ দাসে উক্ত সন্মিলনত কৃষক সকলৰ সৈতে মত বিনিময় কৰে।

সভাত ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, দেশৰ অন্নদাতা কৃষক সকলৰ বাবে সদায় ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে দায়বদ্ধতাৰে তথা নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছে।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয়  আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ দুখনে বহু শক্তিশালী সিদ্ধান্তৰে বহু বাধাৰ প্ৰাচীৰ ভাঙি কৃষকসকলৰ সু-নিশ্চিত সুৰক্ষাৰ বাবে কেইবাটাও দৃষ্টান্তমুলক পদক্ষেপ হাতত লৈছে।

সভাত অংশগ্ৰহণ কৰি বিজেপি, অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই কয় যে, ভাৰতীয় জনতা পাৰ্টি দল তথা চৰকাৰে অতি যত্ন আৰু দায়বদ্ধতাৰে আমাৰ অন্নদাতা কৃষক সকলৰ বাবে কাম কৰি আছে আৰু আগলৈও কৰি যাব।

তেওঁৱো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বহু অভূতপূৰ্ব শক্তিশালী সিদ্ধান্ত লৈ কৃষকৰ সুৰক্ষা তথা ভৱিষ্যত হিতৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা দোহাৰে।

এই সন্মিলনত সহ প্ৰভাৰী শ্ৰীযুত পৱন শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তপন গগৈ আৰু পল্লব লোচন দাস, ৰাজ্যিক কৃষক মৰ্চ্চাৰ সভাপতি  প্ৰফুল্ল বৰা, ৰাজ্যিক বিষয়ববীয়া সকল,কার্যকতা সকল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল উপস্থিত থাকে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd