• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ প্ৰতিবাদলৈ বুঢ়া আঙুলি বিজেপিৰ, শীঘ্ৰেই সদনলৈ নাগৰিকত্ব বিধেয়ক!

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ উদ্ধৃতিৰে এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰাকৰ জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ

NE NOW NEWS ৰাজীব ৰয়
নতুন দিল্লী , September 19, 2018 12:02 am

1 min read

অসমৰ প্ৰতিবাদলৈ বুঢ়া আঙুলি বিজেপিৰ, শীঘ্ৰেই সদনলৈ নাগৰিকত্ব বিধেয়ক!

ৰাম মাধৱৰ সৈতে বৰাকৰ প্ৰতিনিধি দল। ছবি- কবীন্দ্ৰ পুৰকায়স্থৰ ফে’ছবুকৰ পৰা।

237
VIEWS
Share on FacebookShare on Twitter

অসমৰ সকলো খিলঞ্জীয়া দল-সংগঠনৰ সৰ্বাত্মক বিৰোধিতা ভৰিৰে মোহাৰি সংসদৰ আসন্ন লোকসভা অধিৱেশনত নাগৰিকত্ব বিধেয়ক ২০১৬ উত্থাপন কৰিব বিজেপিয়ে।

‘দলে আসন্ন লোকসভা অধিৱেশনত বিধেয়কখন উত্থাপন কৰিব,’ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ উদ্ধৃতিৰে এই মন্তব্য কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰাক উপত্যকাৰ জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থই।

বৰ্ষীয়ান নেতাজনৰ নেতৃত্বত নতুন দিল্লীলৈ যোৱা বৰাক বিজেপিৰ এটি ১১জনীয়া প্ৰতিনিধি দলক মঙলবাৰে সাক্ষাৎকালত এই আশ্বাস দিছে ৰাম মাধৱে।

মাধৱৰ সৈতে দলটোৱে এন আৰ চি সন্দৰ্ভটো আলোচনা কৰে।

উল্লেখযোগ্য যে এই প্ৰতিনিধি দলটোৱে এন আৰ চি সন্দৰ্ভত আৰু ৫বিধ নথি গ্ৰহণৰ প্ৰস্তাৱেৰে যোৱা দেওবাৰে দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰিছিল।

Recent News

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd