• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিত BJP- UPPL ৰ চৰকাৰ গঠনৰ সম্ভাৱনা, পুৱা ৯ বজাত মুখ্যমন্ত্ৰীৰে আলোচনা প্ৰমোদ বড়োৰ

পুৱতিনিশা ৪ বজালৈ হিমন্ত বিশ্বৰে বৈঠক প্ৰমোদ বড়ো, হীৰা শৰণীয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 13, 2020 8:36 am

2 min read

a ffff
441
VIEWS
Share on FacebookShare on Twitter

বিটিচিত BJP- UPPL ৰ চৰকাৰ গঠনৰ সম্ভাৱনা একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।

যোৱা নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰাৰ পিছত আজি পুৱা ৯ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে চৰকাৰ গঠনকলৈ আলোচনাত মিলিত হ’ব UPPL ৰ নেতা প্ৰমোদ বড়োই।

পুৱতি নিশা ৪ বজালৈকে হিমন্ত বিশ্বৰ বাসভৱনত অনুষ্ঠিত বৈঠকত বিজেপিৰ সভাপতি ৰঞ্জিত দাস, UPPL ৰ নেতা প্ৰমোদ বড়ো আৰু GSP ৰ নেতা হীৰা শৰণীয়াই ভাগ লয়।।

পুৱা ৯ বজাত মুখ্যমন্ত্ৰীৰে আলোচনাৰ পিছতে বিটিচিৰ মুৰব্বী কোন হ’ব সেয়া পৰিস্কাৰ হৈ পৰিব।

আজি পুৱা ৯.৩০ বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলৰো আয়োজন কৰিছে।

উল্লেখ্য বিটিচি নিৰ্বাচনৰ ৪০ খন আসনৰ চূড়ান্ত  ফলাফল অনুসৰি  BPF-১৭,UPPL-১২ BJP-৯,,CONG-০১  আৰু GSP- এ  ১খন আসন লাভ কৰিছে।

চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা মেজিক নম্বৰ ২১ কোনো এটা দলে লাভ কৰা নাই যদিও শেহতীয়া নিৰ্বাচনী ফলাফলে বিটিচিত যে মিত্ৰজোঁটৰেই চৰকাৰ হ’ব তাকেই প্ৰতীয়মান কৰিছে।

বিজেপিৰ সৈতে বিপিএফৰ বিধানসভাত মিত্ৰতা আছে যদিও বিটিচি নিৰ্বাচনত বিজেপিৰে দলটোৰ সংঘাতৰ সৃষ্টি হৈছে।

অৱশ্যে ৰাজনীতত যিহেতু সকলো সম্ভৱ সেয়ে চৰকাৰ গঠনৰ স্বাৰ্থত বিজেপিয়ে পুনৰ হাগ্ৰামাৰ সৈতে হাত মিলোৱাৰ সম্ভাৱনাও নুই কৰা নাই বহুতে।

উল্লেখ্য এইবাৰ বিটিচি নিৰ্বাচনত ৪০ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুঠ ২৪১ গৰাকী প্ৰাৰ্থীয়ে।

বিটিচিত ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ আৰু ১০ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd