• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিবাসী ৰাইজৰ উৎসাহে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ আনিব; ওদালগুৰিৰ নিৰ্বাচনী সভাত হিমন্তৰ ঘোষণা

NE NOW NEWS চাজিদ খান
, December 2, 2020 5:44 pm

1 min read

বিটিচিবাসী ৰাইজৰ উৎসাহে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ আনিব; ওদালগুৰিৰ নিৰ্বাচনী সভাত হিমন্তৰ ঘোষণা

প্ৰতিনিধিত্বমূলক চিত্ৰ

218
VIEWS
Share on FacebookShare on Twitter

নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ বাবে বিটিচিবাসী ৰাইজক আহ্বান জনায়।

আজি ওদালগুৰি জিলাৰ বেংবাৰীত এখন নিৰ্বাচনী সভা সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই বিটিচিবাসী ৰাইজৰ উৎসাহ দেখি এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে।

ভাষণত প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জলকল্যাণৰ বাবে প্ৰদান কৰা সাহায্যৰ ধন বিটিচিত উচিত ব্যৱহাৰ হোৱা নাই বুলিও অভিযোগ কৰে।

‘‘বিটিচিত জবকাৰ্ড থকা লোক সকলে এই জবকাৰ্ডৰ লাভালাভ লাভ কৰা নাই আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ হ’লেও বিটিচিবাসী ৰাইজে ভিচিডিচি সদস্যক ভেটি দিবলগীয়া হৈছে,’’ হাগ্ৰামা মহিলাৰী প্ৰশাসনক কঠোৰ সমালোচনা কৰি হিমন্তই এইদৰে কয়।

 

বিটিচিত বহু সম্প্ৰদায়ৰ ভূমি অধিকাৰ কাঢ়ি নিয়াৰ লগতে তেওঁলোকৰ কণ্ঠ ৰূদ্ধ কৰি তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰা হৈছে বুলিও শৰ্মাই গুৰুতৰ অভিযোগ কৰে।

নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়ায়ো উপস্থিত থাকে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd