• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰহে এইবাৰ! হোৱাটছএপৰ জৰিয়তে গুৱাহাটীৰ সমস্যা সমাধান কৰিব বিজেপিয়ে

কেনেকৈ Whatsapp ৰে গুৱাহাটীৰ সমস্যা সমাধান কৰিব বিজেপিয়ে?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 25, 2020 7:04 pm

2 min read

Guwahati BJP
335
VIEWS
Share on FacebookShare on Twitter

কৃত্ৰিম বানপানী, খোৱাপানীৰ সমস্যা, যান-যঁটকে ধৰি কেইবাটাও সমস্যাৰে জৰ্জৰিত গুৱাহাটী মহানগৰীৰ স্থায়ী সমাধানৰ কোনো সূত্ৰ বৰ্তমানলৈকে হোৱা নাই।

তেনে সময়তে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে ঘোষণা কৰিছে ‘হোৱেটছএপ যোগে সমস্যা সমাধান’ৰ কথা।

তাৰ বাবে আজি খ্ৰীষ্টানবস্তিস্থিত জিলা বিজেপিৰ কাৰ্য্যালয়ত এক হোৱেটছএপ নম্বৰ মুকলি কৰে গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই। হোৱেটছএপ নম্বৰটো হ’ল ৮৮২২৬৬৯২৩৯ ।

শৰণীয়াই জানিবলৈ দিয়া মতে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত জনসাধাৰণে এই হোৱেটছএপ নম্বৰৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ অৱগত কৰিব পাৰিব।

জানিব পৰা মতে যোৱা ১৯ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভাই লোৱা সিদ্ধান্ত অনুসৰি ৰাইজৰ সুবিধাৰ্থে আজি এই হোৱাটছএপ নম্বৰ মুকলি কৰে।

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে ৰাইজৰ সমস্যা সমাধানৰ বাবে এই পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়ে শৰণীয়াই।

এই নম্বৰ মুকলিৰ পদক্ষেপক ইতিমধ্যে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই আদৰণি জনোৱাৰ লগতে ৰাইজে অৱগত কৰা সমস্যাসমূহ সমাধানৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে বুলি শৰণীয়াই জনায়।

বৰ্তমানলৈকে কোনো এখন চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বান অথবা যান-যঁট, খোৱাপানীৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ পাছতো এতিয়া হোৱাটছএপ নম্বৰৰ জৰিয়তে কেনেদৰে সমস্যাৰ সমাধান কৰিব সেয়া সময়ত লক্ষ্যণীয় হ’ব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd