• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ ঘোষণা : অসমত ৯ ৰ পৰা ১১ খন আসন পাব বিজেপিয়ে

বোকাখাতত ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ কাৰ্যকৰ্তা সন্মিলন

উত্তম শইকীয়া by উত্তম শইকীয়া
March 10, 2019 6:33 pm
Himanta
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ কাৰ্যকৰ্তাৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয় ৷ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অসমৰ তত্বাৱধায়ক মহেন্দ্ৰ সিঙ, বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকে ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চাহ জনগোষ্ঠীৰ মাজত দলীয় প্ৰচাৰ চলোৱাৰ বাবেই আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছিল।

Apply Now

চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই আদৰণী ভাষণ দিয়া সভাখনত বিজেপি নেতা মহেন্দ্ৰ সিঙে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালক প্ৰশংসা কৰি বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ বাবে কৰা কৰ্ম আঁচনিৰ বৰ্ননা কৰি পুনৰ বাৰ মোদী চৰকাৰ গঠন কৰাৰ সুবিধা প্ৰদান কৰিবৰ বাবে আহ্বান জনায় ৷

নিজৰ ভাষণ প্ৰসংগত সৰ্বানন্দ সোনোৱালেও পুনৰ বাৰ মোদী চৰকাৰৰ গঠনৰ শ্লোগানেৰে উপস্থিত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি সকলক আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবৰ বাবে প্ৰকাৰন্তে আহ্বান জনায় ৷ ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত অসমৰ চাহ জনগোষ্ঠীয়ে অতি কম সময়তে ৮ লাখ বেংক একাউন্ট খুলি অভিলেখ স্থাপন কৰাৰ বাবে অসমৰ চাহ জনগোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে মুখ্য মন্ত্ৰীৰ সভা ত্যাগৰ পাছতেই হেলিকপ্টাৰেৰে সভাস্থলিত পলমকৈ উপস্থিত হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েঞ্চ আৰু বিজেপিয়ে মিলি উত্তৰ-পূবৰ ২৫ খন আসনৰ ভিতৰত ১৯ ৰ পৰা ২১ খন আসন আৰু অসমত ৯ৰ পৰা ১১ খন আসন বিজেপিয়ে লাভ কৰিব বুলি মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানতে চাহ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাটৰ নেতা সঞ্জয় কৃষ্ণ তাঁতী প্ৰমুখ্যে একাংশ লোকে আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

এই সভাত শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, খুমটাইৰ বিধায়ক মৃনাল শইকীয়া, তিনচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে চাহ মৰ্চাৰ সমূহ বিষয় ববীয়া উপস্থিত থাকে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd