• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাহৰীঘাটত বিজেপিৰ গৃহ-কন্দল : ৰাজপথত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ বিজেপি কৰ্মীৰ

চানু গগৈ by চানু গগৈ
March 8, 2021 3:44 pm
index
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৮১ নং লাহৰীঘাট সমষ্টিত দেওবাৰে পুৰণি বিজেপি কৰ্মীক দলীয় টিকটৰ পৰা বঞ্চিত কৰি ধূমকেতু সদৃশ এজন ন বিজেপিক প্ৰাৰ্থীত্ব প্ৰদান কৰাকলৈ সমষ্টিটোৰ গেৰুৱা দলৰ তৃণমূল কৰ্মীসকলৰ মাজত এতিয়া প্ৰতিবাদ জুই জ্বলিব ধৰিছে।

দেওবাৰে সমষ্টিটোৰ অঞ্চলে অঞ্চলে গেৰুৱা দলটোৰ কৰ্মীসকলে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

সমষ্টিটোৰ বৰিবন্ধাত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে ৰাজপথত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰাৰ লগতে ‘ৰঞ্জিত দাস গ’বেক,’ ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক,’ ‘দলীয় প্ৰাৰ্থী কাদিৰোজ্জামান জিন্না মুৰ্দাবাদ’ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

একেদৰে গৰৈমাৰীকে ধৰি আনকেইবা ঠাইতো দলীয় কৰ্মীসকলে ৰাজ্যিক বিজেপি আৰু প্ৰাৰ্থী কাদিৰোজ্জামান জিন্নাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

আনকি লাহৰীঘাট সমষ্টিত ব্যাপক ধনৰ লেনদেনত ৰাজ্যিক বিজেপিয়ে বিজেপিৰ প্ৰবীণ নেতাক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিৰ পাবত গজা  ১৪ দিনীয়া নেতা কাদিৰোজ্জামান জিন্নাক টিকট প্ৰদানৰ অভিযোগ তুলিছে প্ৰতিবাদী কৰ্মীসকলে। কাদিৰোজ্জামান জিন্না অঞ্চলসমূহত সোমালে বেয়া পৰিস্থিতিৰ সন্মুখীন কৰাৰো ভাবুকি আহিছে।

উল্লেখযোগ্য যে দীৰ্ঘদিনে সমষ্টিটোত দলীয় সাংগঠনিক কাম কাজেৰে সুখ দুখৰ সময়ত দলীয় কৰ্মীৰ লগত থকা ব্যক্তি কেইগৰাকীক প্ৰাৰ্থীত্ব প্ৰদান নকৰি কোনো দিনে সমষ্টিবাসীৰ দূৰৰে কথা নিজা অঞ্চলবাসীকো বিপদৰ সময়ত দেখা নিদিয়া, দলীয় কৰ্মীক চিনি নোপোৱা গণ ভিত্তিহীন ব্যক্তিক গেৰুৱা দলটোৰ ৰাজ্যিক বিজেপি নেতৃত্বই দলীয় টিকট দি কেনেদৰে সমষ্টিটো উদ্ধাৰ কৰে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে।

ইফালে সমষ্টিটোত দলীয় প্ৰাৰ্থী নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক, বিস্তাৰকসকলক নিয়োগ কৰি কণা হাঁহক পতান দিয়াৰ দৰে সমষ্টিটোত নাম গোন্ধ নথকা, সমষ্টিবাসীয়ে, দলে চিনি নোপোৱা এজন ব্যক্তিক ৰাজ্যিক বিজেপিৰ নেতৃত্বই দলীয় টিকট প্ৰদান কৰাক লৈ কৰ্মীসকলৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে।

ৰাজ্যিক বিজেপিৰ এই কাৰ্যক সমষ্টিটোৰ তৃণমূল কৰ্মীসকলে মানি লোৱা নাই আৰু অচিৰেই প্ৰাৰ্থী সলনি কৰিবলৈ দাবী জনাইছে। অন্যথা সমষ্টিটোৰ গেৰুৱা দলৰ তৃণমূল কৰ্মীসকলে উপযুক্ত প্ৰাৰ্থীৰ অভাৱত ন’টাত ভোট প্ৰদান কৰি ৰেকৰ্ড সৃষ্টি কৰিব বুলিও সকীয়াই দিয়ে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd