• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ ভূগোল আৰু পৰিচয়ৰ ৰাজনীতিৰ জ্ঞান এতিয়াও হোৱা নাই বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2019 6:20 pm
BJP yet to learn Northeast India's 'Geography and Identity Politics'

মোদীৰ সৈতে ৰাজদীপ ৰয়। ছবি সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দোহাৰি অহা ‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ ভূগোল আৰু পৰিচয়ৰ ৰাজনীতিৰ জ্ঞানৰ পৰা এতিয়াও বহু দূৰত ৰৈছে বিজেপি!

“পৰিচয়”ৰ সংবেদনশীল ৰাজনীতি ক্ষেত্ৰ উত্তৰ-পূবত নাগৰিকত্ব বিধেয়ক জাপি দিব খোজাৰ নিমিলা অংকৰ পিছতো শিক্ষা নোলোৱা গেৰুৱা দলটোৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাই পুনৰ উদঙাই দিছে দলটোৰ জ্ঞানৰ নমুনা।

Apply Now

দলটোৱে শিলচৰ সমষ্টিৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে ডাঃ ৰাজদীপ ৰয় “বেংগলী”ক! আৰু খোদ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুক অৰুণাচল ৱে’স্তৰ পৰিৱৰ্তে প্ৰকাশ কৰিছে অৰুণাচল ইস্তৰ প্ৰাৰ্থীৰূপে—যাক লৈ টুইটযোগে স্পষ্টীকৰণ পৰ্য্যন্ত দিব লগা হৈছে সাংসদজনে!

I'm not changing my Lok Sabha Constituency Arunachal-West. It was a typing error in the BJP press release. My Constituency people bless me so immensely. Once again their love & affection will be my huge strength to take Arunachal Pradesh to a higher level.

— Kiren Rijiju (@KirenRijiju) March 21, 2019

আনহাতে কোনো লোকৰ নামত জাতি যোগ দি গেৰুৱা দলে ঘটোৱা সভ্য পৃথিৱীয়ে উৎকট “বৰ্ণবিদ্বেষ” বুলি গণ্য কৰিব পৰা এই গুৰুতৰ ঘটনাৱেও সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

ডাঃ ৰাজদীপ ৰয় অসম বিজেপিৰ এজন মুখপাত্ৰ, অস্থিৰোগ বিশেষজ্ঞৰূপে তেওঁৰ আছে আন এক পৰিচয়। ১৯৯৬ আৰু ২০০১ চনত দুবাৰকৈ শিলচৰক অসম বিধান সভাত প্ৰতিনিধিত্ব কৰা বিজেপিৰে প্ৰাক্তন বিধায়ক বিমলাংশু ৰয়ৰ তেওঁ পুত্ৰ।

দলীয় সূত্ৰই ইয়াক “সামান্য টাইপিং এৰ’ৰ”ৰূপে গা এৰা দিব খুজিলেও, ঘটনাটোৰ সংবেদনশীলতা স্বীকাৰ কৰি চ’চিয়েল মিডিয়াতো বিভিন্নজনে ইয়াৰ গৰিহণা দিছে।

“মই বাঙালী। কিন্তু মোৰ নামকে বিকৃত কৰি কোনোবাই বাঙালী বুলিলে মই কিয় আঘাত নাপাম? তাতে এইটো সামান্য কথা নহয়, এইখন ভাৰত শাসন কৰা এটা দলে দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে ঘোষণা কৰা প্ৰাৰ্থী তালিকা! আপুনি কোনো তালিকাত আপোনাৰ নামৰ লগত জাতি লগাই প্ৰকাশ কৰিলে ভাল পাব নেকি?” নৰ্থ ইষ্ট নাও-ত মন্তব্য এজন “বেংগলী” ভদ্ৰলোকৰ।

টাইপিং এৰ’ৰৰূপে ইয়াক বহুলোকে মানি ল’ব খোজা নাই। “এইটো কেনেকৈ টাইপৰ ভুল হ’ব। ইয়াত বানানৰ ভুলটো হোৱা নাই। তেওঁৰ নামৰ সৈতে শুদ্ধকৈ সম্পূৰ্ণ এটা শব্দ লগাই দিয়া হৈছে,” লোকজনৰ মন্তব্য।

এই সন্দৰ্ভত ডাঃ ৰয়ৰ সৈতে যোগাযোগ কৰাত নৰ্থ ইষ্ট নাও-ক তেওঁ জনায়, “নাই নাই মই ‘বেংগলী’ নিলিখো। কেনেকে হৈছে এইটো নাজানো। শুধৰণিৰ বাবে দলক মই জনাইছো।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd