• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক গৃহীত হোৱাৰ পূৰ্বেই বিজেপিয়ে দেশত নহয়, দলতেই আদৰিলে বাংলাদেশীক!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2019 3:48 pm
anju-ghosh-1200
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থানত হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে তৎপৰ হৈ অহাৰ সময়তে কলকাতাত এগৰাকী জনপ্ৰিয় বাংলাদেশী অভিনেত্ৰীক বিজেপিত যোগদান কৰাই তেওঁলোকৰ এই লক্ষ্যক আৰু এক মাত্ৰা প্ৰদান কৰিলে।

বুধবাৰে কলকাতাত বাংলাদেশৰ প্ৰখ্যাত অভিনেত্ৰী অঞ্জু ঘোষে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ উপস্থিতিত বাংলাদেশৰ অভিনেত্ৰীগৰাকীয়ে দলটোত যোগদান কৰে। কিন্তু অভিনেত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে স্বাভাৱিকতে তেওঁৰ নাগৰিকত্ব সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে।

Apply Now

সাংবাদিকে বাংলাদেশী অভিনেত্ৰীগৰাকীক নাগৰিকত্ব সম্পৰ্কে সোধা প্ৰশ্ন তেওঁ এৰাই চলিছে। ১৯৮৯ চনত মুক্তি লাভ কৰা অঞ্জু ঘোষ অভিনীত ‘বেদেৰ মেয়ে জোৎস্না’ নামৰ ছবিখনে বাংলাদেশৰ লগতে সমগ্ৰ অসম তথা পশ্চিমবংগত খলকনি তুলিছিল। ইয়াৰ পাছতে কলকাতালৈ আহি অভিনেত্ৰীগৰাকীয়ে কলকাতাত থাকি বাংলা ছবিত অভিনয় কৰিবলৈ লয়।

বাংলাদেশী অভিনেত্ৰীগৰাকীৰ বিজেপিত যোগদান অসমৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ প্ৰতি বিজেপিৰ এক ভেঙুচালি বুলিও ক’ব পাৰি। কিয়নো প্ৰবল বিধেয়ক বিৰোধী আন্দোলনৰ মাজত লুকাই থকা অসমীয়া জাতীয়তাবাদৰ সত্ত্বাকো যেন ই উপহাস কৰিলে।

৬৩ বছৰীয়া বাংলাদেশী অভিনেত্ৰীগৰাকীক বিজেপিয়ে দললৈ আনি বিধেয়ক বিৰোধীসকলক এই কথা বুজাই দিলে নেকি যে হিন্দু বাংলাদেশী সংস্থাপনৰ তেওঁলোকৰ যি দৃঢ় সিদ্ধান্ত তাক ৰূপায়ন কৰাৰ কাম এইদৰেই আৰম্ভ কৰা হ’ল।

স্বাভাৱিকতে, বাংলাদেশী অভিনেত্ৰী অঞ্জু ঘোষৰ যোগদানৰ পাছত দেশখনৰ আন আন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত নাগৰিকেও আহি যদি বিজেপিত যোগদান কৰিব খোজে তেতিয়াহ’লে কোনোৱে বাধা দিব পাৰিবনে? বিজেপিৰ হিন্দু বাংলাদেশী প্ৰীতিয়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি এইদৰে ভাবুকিৰ সৃষ্টি কৰা নাইনে?

অসমত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে চলি থকা দীঘলীয়া সংগ্ৰামখন এনেদৰেই লাহে লাহে মৰহি যাবলৈ ওলোৱা নাইনে? অগপই বিজেপিৰ আগত আত্মসমৰ্পণ কৰাৰ পাছত বিৰোধিতা কৰিব পৰা আঞ্চলিক ৰাজনৈতিক দল নোহোৱা হ’ল।

আনহাতে, আছুকে ধৰি বিধেয়কবিৰোধী আন জাতীয়তাবাদী দল-সংগঠনসমূহে বিজেপিৰ এনে একনায়কত্ববাদক প্ৰত্যাহ্বান জনাব পৰাকৈ শক্তি গোটাবই পৰা নাই। সেয়েহে, বিজেপিয়ে এইদৰে লাহে লাহে তেওঁলোকৰ হিন্দু বাংলাদেশী সংস্থাপনৰ লক্ষ্যৰ প্ৰতি অগ্ৰসৰ হৈছে!

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd