• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ মুখত ছাই! সাহসী কন্ঠৰ অধিকাৰী অৰুন্ধতী ৰয়লৈ পেন পিন্টাৰ বঁটা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 27, 2024 4:30 pm
178
VIEWS
Share on FacebookShare on Twitter

নাট্যকাৰ হেৰল্ড পিণ্টাৰৰ স্মৃতিত যোগ্য সাহিত্যিকক প্ৰদান কৰা হয় পেন পিন্টাৰ বঁটা।

সাহসী আৰু শক্তিশআলী কন্ঠৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে ভাৰতৰ লেখিকা অৰুন্ধতী ৰয়ক।

উল্লেখ্য যে ১৪ বছৰ পূৰ্বে ৰয়ে আগবঢ়োৱা এটা মন্তব্যৰ বাবে ভাৰত চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ৰয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অনুমোদন জনোৱাৰ কিছুদিন পিছতেই ৰয়লৈ এই বঁটা ঘোষণা কৰা হৈছে।

স্মৰ্তব্য যে অৰুন্ধতী ৰয় বুকাৰ বঁটা বিজয়ী লেখিকা। তেওঁ ভাৰতৰ মানৱ অধিকাৰ বিষয়ৰ লগতে বিশ্বজুৰি যুদ্ধ আৰু পুঁজিবাদৰ বিৰোধিতা কৰি যথেষ্ট ৰচনা লিখিছে।

এই সম্পৰ্কত পেনৰ অধ্যক্ষ ৰুথ বৰ্থউইকে ৰয়ক “বুদ্ধি আৰু সৌন্দৰ্য্যৰ সৈতে অন্যায়ৰ জৰুৰী কাহিনী” কোৱাৰ বাবে প্ৰশংসা কৰে।

বৰ্থউইকে কয় যে ৰয় ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ যদিও তেওঁ সঁচাকৈয়ে এগৰাকী আন্তঃৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ আৰু তেওঁৰ শক্তিশালী কণ্ঠক নিস্তব্ধ কৰিব নালাগে।

জানিব পৰা মতে অহা ১০ অক্টোবৰত ব্ৰিটিছ লাইব্ৰেৰীৰ সহযোগত আয়োজিত এক অনুষ্ঠানত ৰয়ক পেন পিণ্টাৰ বঁটা প্ৰদান কৰা হ’ব।

ইয়াৰ পূৰ্বে এই বঁটা লাভ কৰা ব্যক্তিসকল হৈছে মাইকেল ৰ’জেন, মেল’ৰী ব্লেকমেন, মাৰ্গাৰেট এটউড, ছলমান ৰাছডি, টম ষ্টপাৰ্ড আৰু কেৰল এন ডাফী।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd