• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গেৰুৱাকৰণ হ’ল বিশ্বনাথ চাৰিআলি পৌৰ সভা: বিৰোধীক ধূলিসাৎ কৰি চলিল বিজেপিৰ জয়ৰথ

কাজী জেইদুল ইছলাম, বিশ্বনাথ by কাজী জেইদুল ইছলাম, বিশ্বনাথ
March 9, 2022 10:09 am
Assam municipal elections result
198
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলি পৌৰ সভাত চূড়ান্ত ৰূপে বিধ্বস্ত হ’ল বিৰোধী ৰাজনৈতিক দল। পৌৰ সভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত বিৰোধীক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি একচেতীয়াকৈ চলিল বিজেপিৰ বিজয় ৰথ।

বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ ১০ টা ৱাৰ্ডত বিজেপিৰ জয়লাভ হোৱাৰ লগতে ১ টা ৱাৰ্ডত মিত্ৰজোঁট দল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।

ইয়াৰ পৰিৱৰ্তে এটা ৱাৰ্ড কংগ্ৰেছে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।

মূঠ ১২ টা ৱাৰ্ডৰ বিশ্বনাথ চাৰিআলি পৌৰ সভাত ৩ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী জয়ী হৈছিল। আনহাতে প্ৰতিদ্বন্দিতা হৈছিল মুঠ ন টা ৱাৰ্ডত।

ঘোষিত ফলাফল অনুসৰি ২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী দীপক শ‌ইকীয়া, ৩ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী সীমা দাস গুপ্তা, ৪ নং ৱাৰ্ডত বিজেপিৰ মিলন বৰাই বিজয় সাব্যস্ত কৰে।

সেইদৰে ৫ নং ৱাৰ্ডত বিজেপিৰ জীৱন দাস, ৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নমী কলিতা, ৮ নং ৱাৰ্ডত বিজেপিৰ নীভা ভূঞা, ১০ নং ৱাৰ্ডত বিজেপিৰ সুদীপ পাল জয়ী হয়।

১২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আচমা চুলতানা জয়ী হোৱাৰ বিপৰীতে ৯ নং ৱাৰ্ডত অসম গণ পৰিষদৰ জুলু শ‌ইকীয়া জয়ী হয়।

আনহাতে ১,৬ আৰু ১১ নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দীতাৰে বিজেপি প্ৰাৰ্থী কেইগৰাকীয়ে জয় লাভ কৰে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd