• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ; ৰাজ্যসভালৈ যোৱাৰ কথা নুই কৰিলে মন্ত্ৰীগৰাকীয়ে

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
February 28, 2020 2:56 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে শিৱসাগৰত ক’লা পতাকাৰ সন্মুখীন হয় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

এদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীক আছুৱে শিৱসাগৰ অ’এনজিচি ক’লনি গেটৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰে।

Apply Now

পুৱা প্ৰায় ১০ মান বজাত শিৱসাগৰ অ’এনজিচি ক’লনিত হেলিকপ্তাৰৰ পৰা ৱতৰণ কৰিয়েই মন্ত্ৰীগৰাকী বি জি ৰোড হৈ সদ্যপ্ৰয়াত অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ বাসগৃহলৈ নিজা কনভয়েৰে গৈ থকা অৱস্থাত অ’এনজিচি ক’লনি গেটৰ সন্মুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ শতাধিক সদস্যই ক’লা পতাকা প্ৰদৰ্শন কৰে।

প্ৰতিবাদকাৰীসকলে কা’ আমি নামানো, বিজেপি গৌ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক ধ্বনিৰে ৰাজপথ কঁপাই তোলে।

ক’লা পতাকাৰ সন্মুখীন হোৱাৰ পিছতেই মন্ত্ৰীগৰাকী উপস্থিত হয় সদ্য প্ৰয়াত বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ শিৱসাগৰৰ ৰেডক্ৰচস্থিত ৰোডৰ বাসগৃহত।

মন্ত্ৰীগৰাকীয়ে প্ৰণৱ কুমাৰ গগৈৰ প্ৰতিছব্বিত শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মন্ত্ৰী যোগেন মোহন,সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দুৱৰী, নৱনীতা সন্দিকৈ,  বিজেপিৰ ৰাজ্যিক সভাপতি ভবেন মহন, জিলা সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীকে ধৰি বহু বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে।

শিৱসাগৰ উপ নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, ‘’প্ৰণৱ কুমাৰ গগৈৰ বিয়োগৰ পিছত এই উপ নিৰ্বাচন অনুষ্ঠিত হব। এক বেদনা দায়ক পৰিৱেশ সৃষ্টি হোৱা উপ নিৰ্বাচন। গতিকে ইমান বেছি ৰাজনৈতিক কুছকৱাচ চলিব বুলি ভৱা নাই।‘’

ৰাজ্যসভালৈ তেওঁ যাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘’কেনেকে যাৱ আগন্তুক দিনত নিৰ্বাচন আহি আছে। ৰাজ্য সভাৰ দুখন আখন আমি পোৱাটো নিশ্চিত। তাৰে এখন বিপিএফক এৰি দিয়া হ’ব কাৰণ তেওঁলোক আমাৰ সহযোগী দল আৰু এখন আসনত আমাৰ দলৰ প্ৰাৰ্থী হ’ব।‘’

‘’ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে আমাৰ বিশেষ কুছকৱাজ নাই। যিহেতু আমি দুখন আসন পামেই। বিষয়টো সৰল ভাৱে চলি আছে আৰু সৰল ভাৱেই শেষ হব,’’-তেওঁ কয়।

আনহাতে, ‘তৃতীয়খন আসন যিহেতু আমি নাপাও যেতিয়া সেই খন আসনৰ কথা পতাৰ কোনো আগ্ৰহ নাই’ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয়, ‘’তৃতীয়খন আসন কা’ বিৰোধীক দিয়ে বা কা’ সমৰ্থকক দিয়ে বা তেওঁলোকৰ দলৰ কোনো প্ৰাৰ্থীক দিয়ে সেইটো তেওঁলোকৰ কথা।‘’

তেওঁ কয়, ‘’অসমৰ নিৰ্বাচনৰ প্ৰভাৱ যদি দিল্লীত পৰিছিল তেন্তে দিল্লীৰ নিৰ্বাচনৰ প্ৰভাৱ অসমতো পৰিব।‘’

শিৱসাগৰৰ বেতন বঞ্চিত ১৫৩০ গৰাকী শিক্ষকৰ সন্দৰ্ভত তেওঁ কয় যে বিষয়টো মোৰ এজেণ্ডাত ৰাখিছো। এক ইতিবাচক দৃষ্টি ভংগীৰে কিবা এটা কৰাৰ আশ্বাস দিয়ে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd