• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 7:16 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাখীৰ-চেনি দিয়া চাহৰ অভ্যাস লাহে লাহে সলনি কৰি এতিয়া স্বাস্থ্য সচেতন লোকসকলে গ্ৰীন টি (Green Tea) বা অন্যান্য ভেষজ চাহৰ প্ৰতি আকৰ্ষিত হৈছে। বিশেষকৈ ওজন কমোৱা আৰু ৰক্তত শৰ্কৰাৰ পৰিমাণ (Sugar Level) নিয়ন্ত্ৰণত ৰখাৰ বাবে এনে চাহৰ চাহিদা বৃদ্ধি পাইছে। যদি আপুনিও আগন্তুক পূজা বা উৎসৱৰ বতৰৰ আগতে ওজন আৰু চুগাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে, তেন্তে আপোনাৰ দৈনন্দিন তালিকাত এই বিশেষ ‘নীল চাহ’ বা ব্লু-টি (Blue Tea) অন্তৰ্ভুক্ত কৰি চাব পাৰে।

 

Apply Now

দেখাত আকৰ্ষণীয় এই নীল চাহ প্ৰকৃততে অপৰাজিতা ফুলৰ পৰা প্ৰস্তুত কৰা হয়। সতেজ বা শুকান অপৰাজিতা ফুলৰ পাহি গৰম পানীত সিজাই এই স্বাস্থ্যসন্মত পানীয়বিধ তৈয়াৰ কৰা হয়। চিকিৎসাবিজ্ঞানৰ মতে, এই চাহ শৰীৰৰ বাবে অত্যন্ত উপকাৰী।

 

অপৰাজিতা ফুলৰ চাহ খোৱাৰ উপকাৰিতাসমূহ:

 

  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: অপৰাজিতা ফুলত ‘এন্থ’চায়ানিন’ (Anthocyanin) নামৰ এবিধ এণ্টি-অক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু যিকোনো সংক্ৰামক ৰোগৰ আশংকা হ্ৰাস কৰে।

 

  • মানসিক চাপ আৰু অৱসাদ দূৰ: স্নায়ৱিক ৰোগৰ আশংকা কমোৱাত এই চাহ অতি কাৰ্যকৰী। ইয়াক পান কৰিলে মানসিক চাপ, অৱসাদ আৰু বিষণ্ণতা দূৰ হয় বুলি দাবী কৰা হয়।

 

  • ডায়েবেটিছ নিয়ন্ত্ৰণ: এই চাহত ৰক্তত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ গুণ আছে। সেয়েহে ডায়েবেটিছ ৰোগীসকলৰ বাবে এই চাহ অতি উপকাৰী।

 

  • হজম শক্তি উন্নত কৰে: অপৰাজিতাৰ চাহে হজম প্ৰক্ৰিয়া উন্নত কৰে। পেট ফুলা, পেট গধুৰ লগা আৰু ভোক লগাৰ সমস্যা দূৰ কৰাত ই সহায়ক।

 

  • ছাল আৰু চুলিৰ যতন: এই চাহত থকা ‘ফ্লেভনইড’ (Flavonoids) উপাদানে ছাল আৰু চুলিৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। বিশেষকৈ শুষ্ক ছাল আৰু চুলি সৰা সমস্যাত ভোগা লোকসকলে এই চাহৰ পৰা সুফল পাব পাৰে।

 

কেনেকৈ প্ৰস্তুত কৰিব অপৰাজিতা ফুলৰ চাহ?

 

প্ৰয়োজনীয় উপকৰণ:

 

  • ৪-৫ পাহ সতেজ বা শুকান অপৰাজিতা ফুল

 

  • ১ কাপ পানী

 

  • ১ চামুচ মৌ

 

  • সামান্য নেমুৰ ৰস

 

প্ৰস্তুত প্ৰণালী:

প্ৰথমে এটা পাত্ৰত এক কাপ পানী গৰম কৰি লওক। অপৰাজিতা ফুলকেইপাহ ভালদৰে ধুই উতলি থকা পানীত দি দিয়ক। পানীখিনি অলপ সময় উতলাৰ পিছত গেছ বন্ধ কৰি ৩ ৰ পৰা ৫ মিনিট সময় পাত্ৰটো ঢাকি থওক। পানীখিনিৰ ৰং নীলা হোৱাৰ পিছত এখন চেঁকনিৰে চেকি লওক। এতিয়া তাত সামান্য নেমুৰ ৰস আৰু মৌ মিহলাই গৰমে গৰমে পান কৰক।

 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am
মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd