• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অ’এনজিচিৰ বিষয়াৰে মিলি অপহৰণৰ ব্লুপ্ৰিণ্ট! ৰাহুল ওৰফে ‘লাডেন’ আৰক্ষীৰ এনকাউণ্টাৰত আহত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 16, 2024 5:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত অ’এনজিচি বিষয়াৰ ঘৰত আৰক্ষীৰ অভিযান সন্দৰ্ভত আৰু বকতাত একাউন্টাৰ৷

শিৱসাগৰত অ এন জি চিৰ বিষয়া অপহৰণৰ ভয়ংকৰ ব্লুপ্ৰিন্ট।

শিৱসাগৰৰ আৰক্ষী অধীক্ষকে স্পষ্ট কৰিলে সংবাদমেল যোগে।

Apply Now

২০২৪ চনৰ মে মাহৰ পৰাই অপহৰণৰ পৰিকল্পনা আলফা স্বাধীনৰ।

খোদ অ এন জি চিৰ বিষয়াৰ জৰিয়তেই অপহৰণৰ চেষ্টা। অ এন জি চিৰ বিষয়া তাহিৰুল হুছেইন জড়িত এই সমগ্ৰ পৰিকল্পনাত।

আৰক্ষীৰ অভিযানত আটক সমগ্ৰ পৰিকল্পনাৰ আঁৰৰ ব্যক্তি।

আৰক্ষীৰ জিম্মাত ঈৰচাদ লটিফ ওৰফে মিঠু আৰু ছালফা ৰাহুল হাজৰিকা ওৰফে লাডেন।

উল্লেখ্য, মঙ্গলবাৰে পুৱাৰেপৰা শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় তাহিৰুল হুছেইন আৰু ইৰচাদ লটিফৰ বাসগৃহত। অভিযানকালত আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক সা-সামগ্ৰী।

এই সন্দৰ্ভত সমগ্ৰ ঘটনা সদৰি কৰিলে শিৱসাগৰৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই।

আৰক্ষীয়ে আটক কৰা ইৰচাদ লটিফক সোধপোচৰ অন্তত পোহৰলৈ আহে সমগ্ৰ পৰিকল্পনাৰ কথা।

৬ অক্টোবৰ তাৰিখে বকতাত থকা অ এন জি চিৰ এটা ৰিগৰপৰা সন্ধিয়া ৫ঃ৩০ ৰ পৰা ৬ঃ৩০ বজাৰ ভিতৰত তাত কৰ্মৰত দুই বা ততোধিক উচ্চপদস্থ অ এন জি চিৰ বিষয়াক অপহৰণৰ পৰিকল্পনা কৰিছিল ৰাহুল হাজৰিকা ওৰফে লাডেন, তাহিৰুল হুছেইন আৰু ইতিমধ্যে আটকাধীন হৈ থকা ইৰচাদ লটিফে।

একেটা ৰিগতে এচিষ্টেন্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল তাহিৰুল হুছেইনে। আৰু ৰিগটোত কৰ্মৰত সকলো উচ্চপদস্থ বিষয়াৰ তথ্যপাতি যোগান ধৰিছিল তাহিৰুল হুছেইনে। আনহাতে এই সমগ্ৰ অপহৰণ সংঘটিত কৰিবৰ কাৰণে ৫ তাৰিখেই তাহিৰুলৰ ঘৰত বাহৰ পাতিছিল ছালফা লাডেনে।

আৰু ৬ তাৰিখে পুৱা এখন ইনভা গাড়ীৰে তিনিও চৰাইদেউৰৰ সমীপৰ অসম নগালেণ্ড সীমান্তৰ পৰা চাৰিজন আলফা কেডাৰক গাড়ীত উঠাই আহি দিনৰ ভাগত ঘূৰি ফুৰিছিল শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু সন্ধিয়া নিদিষ্ট সময়ত অপহৰণৰ পৰিকল্পনা কৰি হৈছিল যদিও এই পৰিকল্পনা বিফল হয়।

সমগ্ৰ ঘটনাৰ পম খেদি আৰক্ষীয়ে ছালফা ৰাহুল হাজৰিকাক মৰাণৰ পৰা পুৱতি নিশা আটক কৰে। আৰু বকতাৰ নেমুগুৰিৰ নিদিষ্ট ৰিগলৈ অনুসন্ধানৰ বাবে লৈ যোৱা অৱস্থাত এনকাউন্টাৰ কৰে। ভৰিত আঘাতপ্ৰাপ্ত হোৱা লাডেনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড় মেডিকেল কলেজলৈ।

ইফালে অ এন জি চিৰ বিষয়া তাহিৰুল হুছেইন বৰ্তমানেও পলাতক। আৰক্ষীয়ে তাহিৰুলক বিচাৰি অব্যাহত ৰাখিছে অভিযান।
সমগ্ৰ ঘটনা সন্দৰ্ভত নেমুগুৰি আৰক্ষী থানাত 11/2024 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd