• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনলাইন নহয়, লিখিত পৰীক্ষাহে অনুষ্ঠিত কৰিব CBSE ব’ৰ্ড-এ : পিছে কেতিয়াকৈ অনুষ্ঠিত হ’ব পৰীক্ষা?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2020 11:07 am
index.jpgaa
8.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ (CBSE)এ নিজৰ অধীনস্থ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে ব’ৰ্ডে ব’ৰ্ডৰ অধীনস্থ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে।

পৰক্ষীসমূহ কেতিয়াৰ পৰা অনুষ্ঠিত কৰিব সেই কথা ব’ৰ্ডে ঘোষণা কৰা নাই যদিও সকলো পৰীক্ষাই লিখিত পদ্ধিতহে অনুষ্ঠিত কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ব’ৰ্ডে।

উল্লেখ্য যে কোভিড১৯ মহামাৰীৰ বাবে চলিত বৰ্ষৰ উচ্চ শিক্ষাৰ পৰীক্ষাসমূহ অনলাইনযোগে অনুষ্ঠিত হোৱাৰ পিছতে CBSE ব’ৰ্ডৰ আগন্তুক পৰীক্ষাসমূহো অনলাইন পদ্ধতিতে অনুষ্ঠিত কৰা হ’ব ধাৰণা কৰা হৈছিল।

CBSEৰ মুখপাত্ৰ ৰাম শৰ্মাই সংবাদ মাধ্যমক বুধবাৰে কয় যে পৰীক্ষাৰ চূড়ান্ত সূচী তথা দিন এতিয়াও ধাৰ্য কৰা হোৱা নাই যদিও পৰীক্ষাসমূহ লিখিত পদ্ধিতৰে অনুষ্ঠিত কৰা হ’ব।

শৰ্মাই লগতে প্ৰেক্টিকেল পৰীক্ষাৰ সংক্ৰান্তত কয় যে যদি শিক্ষাৰ্থীসকলে প্ৰেক্টিকেল ক্লাছ কৰিবলৈ সমৰ্থ নহয়, তেনেহ’লে প্ৰেক্টিকেল পৰীক্ষাৰ বাবে অন্য বিকল্প সন্ধান কৰা হ’ব। অৱশ্যে কি বিকল্পৰ সন্ধান কৰা হ’ব সেয়া মুখপাত্ৰ শৰ্মাই স্পষ্টকৈ কোৱা নাই।

আনহাতে পৰীক্ষাসমূহ কোভিড১৯ৰ বিধি মানি অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ স্পষ্টভাৱে জানিবলৈ দিয়ে।

ইফালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰীয়াল নিশাঙ্কে অহা ১০ ডিচেম্বৰত প্ৰতিযোগিতামূলক আৰু ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ সৈতে এক ডিজিটেল বাৰ্তালাপত অংশগ্ৰহণ কৰাৰ কথা আছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd