• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী সমষ্টিক লৈ কংগ্ৰেছ নেতৃত্বই এতিয়াও আন্ধাৰত ৰাখিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীক

বাৰে বাৰে সলনি ৰাজনৈতিক মহলৰ ‘পূৰ্বানুমান’; ববিতা শৰ্মাৰ নাম চূড়ান্ত হোৱাৰ শেহতীয়া খবৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
March 23, 2019 6:51 am
Bobita Sarma_2

ববিতা শৰ্মা। ফটোৰ উৎস : ফেইচবুক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নামক লৈ বাৰে বাৰে সলনি হৈছে ৰাজনৈতিক মহলৰ “পূৰ্বানুমান”। এইবাৰ আহিছে ববিতা শৰ্মাৰ নাম চূড়ান্ত হোৱাৰ “বিশ্বস্ত খবৰ”।

হাই প্ৰফাইল সমষ্টিটোৰ বাবে বিজেপিয়ে কেতিয়াবাই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেও কংগ্ৰেছ নেতৃত্বই এতিয়াও কাৰো নাম ঘোষণা কৰা নাই। ফলত দলটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে জল্পনা-কল্পনাৰ মাজতে দিন গণিব লগীয়া হৈছে।

Apply Now

সমষ্টিটোত এবাৰ ৰমেন বৰঠাকুৰ, এবাৰ ৰবীন বৰদলৈৰ নাম চূড়ান্ত বুলি ওলোৱাৰ পিছতো কোনো এজনৰ নামেই নিশ্চিত খবৰ হৈ অহা নাই। তাৰ মাজতে দিল্লীত শীৰ্ষ নেতৃত্বৰে কিৰিপ চলিহাৰ যোগাযোগৰ খবৰেও কাণ ফুৰি গ’ল ৰাজ্যৰ ৰাজনৈতিকমহলৰ।

অতি শেহতীয়াকৈ এইবাৰ ওলাইছে ববিতা শৰ্মাৰ নাম। ববিতা শৰ্মাৰ নাম সমষ্টিটোত চূড়ান্ত কৰিছে, কেৱল ঘোষণাহে বাকী আছে বুলি এটা সূত্ৰই দাবী কৰিছে।

অৱশ্যে নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ কৰাত মন্তব্য কৰিবলৈ “অস্বীকাৰ কৰে” কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

প্ৰসংগক্ৰমে ক’ব পাৰি যে বিজেপিয়ে সমষ্টিটোত কেইবাজনো শক্তিশালী দাবীদাৰ থকা সত্ত্বেও কুইন ওজাক টিকট দিছে।

আনহাতে কংগ্ৰেছে এই পৰ্য্যন্ত যিসকলক টিকট দিছে তাৰ ভিতৰত কেৱল সুস্মিতা দেবহে মহিলা। মহিলাৰ অনুপাত বৃদ্ধি কৰাক এটা লক্ষ্য হিচাপে লৈ দলটোৱে ববিতা শৰ্মাক টিকট দিয়াটো অবিশ্বাস্যও নহয়।

কাইলৈৰ ভিতৰত সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম দলৰ তৰফৰ পৰা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

দলটোৱে বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰৰ বাবেও প্ৰাৰ্থীৰ নাম এতিয়ালৈকে ঘোষণা কৰা নাই।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd