• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 3:51 pm
456
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ জয়ছালমেৰত ভাৰত-পাক সীমান্তত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে হুলস্থুলৰ। প্ৰসংগক্ৰমে আৰক্ষীয়ে দাবী কৰে যে দুয়োজনেই পাকিস্তানী নাগৰিক। কিন্তু তেওঁলোকে কেনেকৈ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিলে তাৰ ৰহস্য বাঢ়িছে। একে সময়তে তেওঁলোকৰ মৃত্যুৰ সন্দৰ্ভতো এক ৰহস্যৰ সৃষ্টি হৈছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ১২ কিলোমিটাৰ ভিতৰৰ জয়ছালমেৰৰ এখন গাঁৱৰ সমীপত স্থানীয় লোকে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। বালিৰ পাৰত পৰি আছিল দুটা মৃতদেহ। প্ৰথম অৱস্থাত আৰক্ষীৰ মতে মৃতদেহ দুটা চাৰি-পাঁচ দিন পুৰণি। দুয়োৰে পৰা পাকিস্তানী চিম কাৰ্ড আৰু পৰিচয় পত্ৰ উদ্ধাৰ। আৰু তাৰ পৰাই আৰক্ষীয়ে নিশ্চিত কৰিলে যে মৃত দুয়োজন পাকিস্তানী নাগৰিক।

কিন্তু তেওঁলোকে কিয় ভাৰতত প্ৰৱেশ কৰিছিল আৰু কি উদ্দেশ্যত প্ৰৱেশ কৰিছিল সেই ৰহস্য বাঢ়িছে। তেওঁলোকৰ মৃত্যু কেনেকৈ হ’ল সেয়াও এক ৰহস্য হৈ পৰিছে। অৱশ্যে প্ৰথম অৱস্থাত আৰক্ষীৰ মতে দুয়োজনীৰ মৃত্যু হ’ব পাৰে ভোক আৰু পিয়াহত। অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই আৰক্ষীয়ে। শেহতীয়াকৈ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৰাজস্থানৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, সেই দিশটোৰো তদন্ত চলি আছে।

Recent News

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd