• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়ো জাতিৰ পৰিচয়েই হৈছে তেওঁলোকৰ সমৃদ্ধ সংস্কৃতি আৰু আধ্যাত্মিকতা : সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
ওদালগুৰি , January 23, 2019 1:48 pm

1 min read

Assam CM Sonowal

সর্বানন্দ সোণোৱালৰ ফাইল ফটো।

431
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ মাজবাটত অনুষ্ঠিত হোৱা সদৌ বাথৌ মহাসভাৰ বাৰ্ষিক সন্মিলন আৰু ওদালগুৰি জিলা বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি কয় যে বড়ো জাতিৰ মানুহৰ পৰিচয়েই হৈছে তেওঁলোকৰ সমৃদ্ধ সামাজিক-সংস্কৃতি আৰু আধ্যাত্মিক অনুশীলন।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এখন সমাজ আগ বাঢ়িবলৈ হ’লে এটা সুন্দৰ পৰিৱেশৰ প্ৰয়োজন । কিছুমান অশুভ শক্তিয়ে সমাজখনক ধংস কৰিবৰ বাবে চেষ্টা কৰি থাকে। সেইসকলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰাই ৰাখি সুন্দৰ ভবিষ্যতৰ দিশে আগ বঢ়াই লৈ যাব লাগে।

তেওঁ কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি তেওঁলোকে ক্ষমতাৰ বাঘজৰী লাভ কৰিছে আৰু সদায় খিলঞ্জীয়াৰ পক্ষে কাম কৰি যাব।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বুদ্ধিজীবীসকলক খিলঞ্জীয়াসকলৰ ৰক্ষাকৱচ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণত সহযোগ কৰিবলৈ আহ্বান জনায় মুখ্য মন্ত্ৰী সোণোৱালে।

অনুষ্ঠানত অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, সাংসদ ৰমেন ডেকা, বিধায়ক চৰন বড়োৱেও ভাষণ প্ৰদান কৰে। লগতে সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ক্ৰমে বিনন্দ শইকীয়া, থানেশ্বৰ বসুমতাৰী, কমলী বসুমতাৰী, মহেশ্ৱৰী বড়ো, সদৌ বাথৌ মহাসভাৰ বাৰ্ষিক সন্মিলনৰ সভাপতি মন্টু বসুমতাৰীৰ লগতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd