• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ বিধায়কৰ ঘৰত ৰহস্যজনক মৃত্যু হোৱা অসমৰ কিশোৰীৰ মৃতদেহ খান্দি উলিয়ালে আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 10:07 pm
ইটানগৰৰ বিধায়ক টেচি কাছো। ফাইল ফটো।

ইটানগৰৰ বিধায়ক টেচি কাছো। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীয়ে আজি অৰুণাচল প্ৰদেশৰ এজন বিধায়কৰ ঘৰত ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা অসমৰ লখিমপুৰৰ এগৰাকী ১২ বছৰীয়া কিশোৰীৰ মৃতদেহটো খান্দি উলিয়ায়।

ইটানগৰ সমষ্টিৰ বিধায়ক টেচি কাছোৰ ঘৰত বনকৰা হিচাপে থকা কিশোৰীগৰাকীৰ যোৱা ২০ মে’ত মৃত্যু হোৱাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষা নকৰাকৈ দ’লহাট বাগিচাৰ তেওঁৰ ঘৰলৈ আনি পুতি থোৱা হৈছিল।

Apply Now

নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অব চাইল্ড ৰাইটছ (NCPCR) আৰু শিশু অধিকাৰ সুৰক্ষাৰ অসম ৰাজ্যিক সমিতিৰ লগতে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজৰ আপত্তিৰ পিছত আৰক্ষীয়ে আজি মৃতদেহটো খান্দি উলিয়ায়।

উল্লেখযোগ্য যে ঘটনাৰ দিনা কিশোৰীগৰাকীৰ অভিভাৱকে খবৰ দিয়াৰ পিছতে আৰক্ষী আহি মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য যাৱতীয় আনুষ্ঠানিকতা নকৰাকৈ মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিছিল।

আনহাতে কিশোৰীগৰাকীৰ মৃত্যুৰ কাৰণ সম্পৰ্কতো ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

কিশোৰীগৰাকীৰ মাক-দেউতাকে বিধায়ক টেচিৰ ঘৰত যোৱা প্ৰায় ৩ দশক ধৰি কাম কৰি আহিছে। কিশোৰীগৰাকীয়েও তাতে কাম কৰে।

ঘটনাৰ দিনাও কিশোৰীগৰাকী বিধায়কজনৰ ঘৰত প্ৰৱেশ কৰা দেউতাকে নিজ চকুৰে দেখিছিল। কিন্তু অলপ পিছতে তেওঁৰ জীয়েকে চিপ লৈ আত্মহত্যা কৰা বুলি খবৰ দিয়া হয়।

হতভগীয়া, সম্বলহীন মাক-দেউতাকে দুখ-শোকেৰে নিজৰ কন্যাৰ মৃতদেহ লৈ লখিমপুৰৰ দ’লহাট বাগিচালৈ আহে আৰু মৃতদেহটো সৎকাৰ কৰা হয়।

এই গোটেই প্ৰক্ৰিয়াটোত আৰক্ষীয়ে নিজৰ আনুষ্ঠানিকতা ৰক্ষাত অতি অৱহেলা কৰা বুলি জানিবলৈ দিয়ে NCPCR-ৰ সদস্যা ৰৌজী টাবাই।

“যেতিয়া আমি আৰক্ষী থানালৈ যাওঁ, এইটো গম পাওঁ যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা নহ’ল। ঘটনাটোৰ কোনো ফটোগ্ৰাফিক এভিডেন্স ৰখা নহ’ল। যিখন কাপোৰেৰে চিপ লোৱা বুলি কোৱা হৈছে সেইখন জ্বলাই দিয়া হৈছে। মুঠতে বহুত নিয়ম ৰক্ষা কৰা হোৱা নাই”, টাবাই সংবাদ মাধ্যমৰ আগত কয়।

এই মৃত্যুৰ এটা পুংখাপুংখ তদন্ত কৰাৰ বাবে দাবী জনায় NCPCR আৰু ASCPCR-এ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd