• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চ’ছিয়েল মিডিয়াত কিশোৰীৰ আপত্তিজনক ফ’টো ভাইৰেল কৰি আৰক্ষীৰ জালত পৰিল দিল্লীৰ অভিজাত বিদ্যালয়ৰ এক কিশোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2020 10:25 am
_99518038_gettyimages-158750624

প্ৰতিনিধিত্বমূলক ছবি, উৎস- বিবিচি নিউজ

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰক্ষীয়ে নিজৰ জিম্মালৈ নিছে দিল্লীৰ এখন অভিজাত বিদ্যালয়ৰ এজন পোন্ধৰ কিশোৰক।

কিশোৰ গৰাকীয়ে এগৰাকী কিশোৰী আপত্তিজনক ফ’টো চ’ছিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

বিবিচি নিউজৰ বাতৰিৰ মতে, দিল্লীৰ এখন অভিজাত স্কুলৰ এটা শ্ৰেণীৰ শিক্ষাৰ্থী গোটৰ ইনষ্টাগ্ৰামত ‘ব’ইছ ল’কাৰ ৰুম’’ বুলি এটা প্ৰাইভেট গ্ৰুপ আছিল।

উক্ত গ্ৰুপৰ সদস্যসকলে সহপাঠী আৰু অন্য কিশোৰীসকলৰ বিনা অনুমতি তথা অজ্ঞাতে এডিট কৰা ফ’টোসমূহ শ্বেয়াৰ কৰি সেই ফ’টোত যৌন উত্তেজক, যৌন উৎপীড়নমূলক আৰু বলৎকাৰ সম্পৰ্কীয় মন্তব্য প্ৰদান কৰে।

তেনে মন্তব্যসহ ফ’টোৰ স্ক্ৰীণশ্বট মাৰি গ্ৰুপৰ সদস্যই চ’ছিয়েল মিডিয়াৰ অন্যান্য প্লেটফৰ্মত ৰাজহুৱাভাৱে ভাইৰেল কৰে।

উক্ত স্ক্ৰীণশ্বটসমূহ হোৱাটছএপ, টুইটাৰকে আদি কৰি চ’ছিয়েল মিডিয়াৰ অন্যান্য প্লেটফৰ্মত ভাইৰেল হোৱাৰ পিছতে দিল্লী আৰক্ষীৰ দৃষ্টিগোচৰ হয়।

ইতিমধ্যে এই ঘটনাটো চাইবাৰ এক্সপাৰ্ট শুভম সিঙে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকে এই সংক্ৰান্ত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা নাছিল বুলি মন্তব্য কৰে।

‘মই তদন্ত কৰিবলৈ চেষ্টা কৰি আছো, কিন্তু এতিয়ালৈকে কোনেও আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰা নাই। আমি গ্ৰুপটোৰ সৈতে জড়িত থকাসকলক উলিয়াম। তেওঁলোকে ইতিমধ্যে উক্ত ইনষ্টাগ্ৰাম একাউন্টটো ডিলিট কৰিছে, কিন্তু স্ক্ৰীণশ্বট আৰু অন্য কিছু আহিলাৰ সহায়ত তেওঁলোক উলিয়াবলৈ সক্ষম হ’ম।’ তদন্তকাৰী চাইবাৰ স্পেচিয়েলিষ্ট সিঙে কয়।

ইতিমধ্যে সিঙে দিল্লীৰ আৰক্ষীক এই সম্পৰ্কত অৱগত কৰাৰ পিছত আৰক্ষীয়ে এজন ১৫ বছৰীয়া কিশোৰক আৰক্ষী জিম্মালৈ আনিছে।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত  আৰম্ভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd