• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ই-ৰিক্সাৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগৰ অভিযান : শতাধিক ই-ৰিক্সা জব্দ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , September 7, 2018 3:31 pm

2 min read

Image_1536309657972_3

বোকাখাতত পৰিবহন বিভাগে জব্দ কৰা ই-ৰিক্সা। ফটো : নৰ্থইষ্ট নাও

185
VIEWS
Share on FacebookShare on Twitter

বোকাখাত নগৰত নীতি বহিৰ্ভূতভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আজি জিলা পৰিবহণ বিভাগে বোকাখাত আৰক্ষীৰ সহযোগত অভিযান চলায় ৷ বোকাখাত আৰক্ষী থানাৰ সমীপতে গোলাঘাট জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী আৰু বোকাখাত মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ উপস্থিতিত চলোৱা এই অভিযানত জিলা পৰিবহণ বিষয়াই সমুহ ই-ৰিক্সাৰ বিভাগীয় নথিপত্ৰ আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ নথকা বোকাখাতৰ প্ৰায় শতাধিক ই-ৰিক্সা জব্দ কৰে ৷

এই জব্দ কৰা ই-ৰিক্সাবোৰ বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণলৈ লৈ যোৱা হয় ৷ জিলা পৰিবহণ বিষয়াই চলোৱা এই অতৰ্কিত অভিযানত বোকাখাত নগৰত ই-ৰিক্সাৰ চালকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ৷

বোকাখাতৰ ই-ৰিক্সা সন্থাৰ সভাপতি বিজয় কুটুমে নৰ্থ ইষ্ট নাওক জনোৱা মতে কোনো আগতীয়া জাননী নিদিয়াকৈ চলোৱা এই অভিযানে বিপদত পেলাইছে ই-ৰিক্সা চলোৱা বোকাখাতৰ নিবনুৱা যুৱক সকলক, বিশেষকৈ যিসকলে ই-ৰিক্সা চলায়েই পৰিয়ালৰ পোহপাল দি আহিছে ৷ বোকাখাতৰ ই-ৰিক্সা সন্থাৰ সভাপতি গৰাকীয়ে কয়, ‘’জিলা পৰিবহণ বিষয়াৰ এনে কাৰ্যক আমি গৰিহণা দিয়াৰ লগতে প্ৰতিবাদো জনাইছো।‘’

ইফালে জিলা পৰিবহণ বিষয়াৰ মতে বিধিগতভাৱে প্ৰতিখন ই-ৰিক্সাই পঞ্জীয়ন কৰাটো বাধ্যতামুলক। সেয়েহে জব্দ কৰা ই-ৰিক্সা সমুহক অচিৰেই এটা নিৰ্দিষ্টি দিনত বোকাখাততেই পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিব পৰিবহণ বিভাগে আৰু ইয়াৰ বাবে ই-ৰিক্সাবোৰে পঞ্জীয়ন নোহোৱাকৈ চলোৱাৰ বাবে এক জৰিমনাও ভৰিব লাগিব বুলিও তেওঁ নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে ৷

যাত্ৰীবাহী এই ই-ৰিক্সাসমূহৰ নিজৰ আৰু যাত্ৰীৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থতেই পঞ্জীয়ন কৰাটো বাধ্যতামুলক বুলিও তেওঁ লগতে জনায় ৷

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd