• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অন্ত পৰিল বোকাখাত পৌৰসভাৰ কাৰ্যকাল; পৰৱৰ্তী নিৰ্বাচন নোহোৱালৈকে দণ্ডাধীশে চলাব

উত্তম শইকীয়া by উত্তম শইকীয়া
April 8, 2020 7:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ল’কডাউন চলি থকাৰ মাজতে আজি বোকাখাত পৌৰসভাৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰে। চাৰিটা ৱাৰ্ডেৰে গঠিত বোকাখাত পৌৰসভাই এইখন সমিতিৰ কাৰ্যকালতে নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হৈছিল।

আজি কাৰ্যকাল সমাপ্তি হোৱা সমিতিৰ পৌৰপতি আছিল চিত্ৰা কাৰ্ডং। এওঁ নগৰখনৰ ১ নং ৱাৰ্ডক প্ৰতিনিধিত্ব কৰিছিল। সমিতিখনৰ উপ পৌৰপতি আছিল সঞ্জীৱ শইকীয়া আৰু এওঁ নগৰৰ ৩ নং ৱাৰ্ডক প্ৰতিনিধিত্ব কৰিছিল। বাকী দুজন ৱাৰ্ড মেম্বাৰ আছিল ২ নং ৱাৰ্ডৰ পিকংলা ছেত্ৰী আৰু ৪ নং ৱাৰ্ডৰ ৰাণাদেৱ নাথ।

Apply Now

চিত্ৰা কাৰ্ডং আৰু সঞ্জীৱ শইকীয়াই বেচৰকাৰী সংগঠন বোকাখাত নিৰ্মাণ গোটৰ পৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে ৰাণা দেৱ নাথে বিজেপি আৰু পিংকলা ছেত্ৰীয়ে কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈছিল যদিও পৌৰপতি চিত্ৰা কাৰ্ডং আৰু উপ পৌৰপতি সঞ্জীৱ শইকীয়াই পৰৱৰ্তী সময়ত অগপত যোগদান কৰে।

আজি কাৰ্যকাল শেষ হোৱাৰ অন্তত পৰৱৰ্তী নিৰ্বাচন নোহোৱা পৰ্য্যন্ত বোকাখাতৰ ৰাজহ বিভাগৰ চক্ৰ বিষয়াৰ পৰিচালনাত চলিব পৌৰসভাখন। বিদায়ী পৌৰসভাখনৰ কাৰ্যকালত বোকাখাত নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হ’লেও চাৰিটা ৱাৰ্ডৰ পৰা ৮ বা ১০টা ৱাৰ্ডলৈ সম্প্ৰসাৰিত নহ’ল পৌৰসভাৰ পৰিসৰ ৷

আনহাতে পৌৰসভাখনৰ কৰ্মচাৰীসকলে ১৩ মাহৰ দৰমহা পাবলৈ আছে। ল’কডাউনৰ মাজতে কাৰ্যকাল শেষ হোৱাৰ বাবে বিদায় সভা আয়োজন নকৰি পৌৰসভাৰ কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ পৌৰসভাৰ সদস্যসকলক বিদায় সম্ভাষণ জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd