• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিদানন্দ শইকীয়াৰ আদৰ্শ মাৰ্ক্সবাদ-গান্ধীবাদৰ এক সুন্দৰ সমাহাৰ : সাহিত্যিক ডাঃ অজিত বৰুৱা

উত্তম শইকীয়া by উত্তম শইকীয়া
October 10, 2018 5:38 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বােকাখাত পুৱতি সাহিত্য সভাৰ উদ্যোগত আজি সাহিত্য সভা ভৱনত বােকাখাতj সাংবাদিকতাৰ বাটকটীয়া, ছােভিয়েট নেহৰু বঁটা প্ৰাপক, অসম ছাত্র ফেডাৰেছনৰ একালৰ সাধাৰণ সম্পাদক, কৃৰ্তি শিক্ষক , জনসুহৃদ চিদানন্দ শইকীয়াৰ ৯৮ সংখ্যক জন্ম জয়ন্তী দিনজোৰা কাৰ্য্যসূচীৰে উদযাপনৰ আয়োজন কৰা হয় ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূর্ব বৰদলৈয়ে। জনসুহৃদ চিদানন্দ শইকীয়া দেৱৰ প্রতিচ্ছবিত মাল্য অর্পণ কৰে গােলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা চিদানন্দ শইকীয়াৰ পত্নী অন্নদা শইকীয়াই।

Apply Now

বন্তি প্ৰজ্বলন কৰে পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেন্দ্ৰ নাথ শৰ্মাই। স্মৃতি তৰ্পণ কৰে ক্ৰমে বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ শইকীয়া, সন্ধানী লেখিকা সমাৰোহ সমিতি বোকাখাতৰ সভাপতি পুতলী খাউণ্ড , বোকাখাত চাহ জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি কুলামন কর্মকাৰ, আৰু নেপালী সাহিত্য সভাৰ বোকাখাত শাখাৰ সভাপতি  মােহন ছেত্ৰীয়ে।

জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত চিদানন্দ শইকীয়া স্মৃতি চাৰণ সভাৰ আৰম্ভণিতে অসম শংকৰদেৱ সংঘৰ বোকাখাত সদৰ আঞ্চলিক শাখাৰ যুৱ শিশু আৰু আই মাতৃ কল্যাণ সমিতিৰ সদস্য সকলে ৰিজু হাজৰিকাৰ পৰিচালনাত দিহানামৰ এক সুন্দৰ অনুষ্ঠান প্ৰদৰ্শন কৰে।

আনহাতে অপূর্ব বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত  স্মৃতিচাৰণ সভাত আদৰণি ভাষণ আগবঢ়ায় চিদানন্দ শইকীয়াৰ জ্যেষ্ঠা বোৱাৰী তথা প্ৰবক্তা ৰীণা শইকীয়াই ।

“চিদানন্দ শইকীয়াৰ কৃৰ্তিকর্মত মার্ক্সবাদৰ প্ৰতিফলন” শীৰ্ষক বক্তৃতানুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি  বিশিষ্ট সাহিত্যিক ডাঃ অজিত বৰুৱাই গোলাঘাটৰ সাম্যবাদী আন্দোলনৰ ইতিহাস লিখিলে চিদানন্দ শইকীয়াক বাদ দিব পৰা নাযায় বুলি মন্তব্য কৰে। লগতে চিদানন্দ শইকীয়াৰ আদৰ্শ মাৰ্ক্সবাদ আৰু গান্ধীবাদৰ এক সুন্দৰ সমাহাৰ বুলিও উল্লেখ কৰে।

সভাত আৰু বহু বিশিষ্ট ব্যক্তি তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আৰু এই সভাতে চিদানন্দ শইকীয়াৰ উপন্যাস ‘সত্যাগ্ৰহী’ৰ ইংৰাজী সংস্কৰণখনি বোকাখাতৰ জে ডি এছ ডি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ বাবুলাল মোৰে উন্মোচন কৰে।

অনুষ্ঠানটোৰ আঁত ধৰে পুৱতি সাহিত্য সম্পাদক গীতাঞ্জলি কলিতাই ৷ আৰু লগতে বিয়লি চিদানন্দ শইকীয়া স্মৃতি উদ্যানত বন্তি প্ৰজ্বলনো কৰা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd