• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 5, 2019 7:41 pm
IMG-20190605-WA0107_2

বোকাখাতত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত বোকাখাতৰ সাধনী ভৱনত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ভাল ফলাফল কৰি মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই অনা অৰ্ধশতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভনিতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই বৃক্ষ ৰোপন কৰে৷ সম্বর্ধনা সভাত সভাপতিত্ব কৰে বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি প্রতাপচন্দ্র বৰাই৷  বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক প্রশান্ত শইকীয়াই আঁত ধৰা সম্বর্ধনা সভাখন উদ্বোধন কৰে দেউৰী চুতীয়া সাহিত্য সভাৰ অসমৰ সভাপতি প্রতাপ নেওগে৷

Apply Now

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতিয়ে৷ নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মামনী মহন্তই ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

সম্বৰ্ধনাসভাখনত কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও থাইলেণ্ডত অনুষ্ঠিত হৈ যোৱা শিশু মডেলিং প্ৰতিযোগিতাত শ্রেষ্ঠত্ব অর্জন কৰা বোকাখাতৰ বৰা গাঁৱৰ নিকিতা বৰাকো সম্বর্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা অনুষ্ঠানত প্রমীলা বৰুৱা সোৱৰণী চুতীয়া কৃতী শ্রেষ্ঠ বঁটা বোকাখাত শংকৰদেৱ শিশুবিদ্যা নিকেতনৰ ছাত্ৰী ডৰথী নেওগক প্ৰদান কৰা হয়৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক কুলেশ বৰা, বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ উপ-সভাপতি লক্ষীপ্রসাদ মুদৈ, বোকাখাত টাউন হাইস্কুলৰ প্রধান শিক্ষক জীতেন শইকীয়া, বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ  প্ৰাক্তন সম্পাদক খগেন বৰা, বিশিষ্ট লেখক শিক্ষাবিদ গোলক চন্দ্র বৰা, বোকাখাত মহকুমা ছাত্র সন্থাৰ সম্পাদক গীতার্থ শইকীয়া, জে.ডি.এইচ.জি মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক শৈলেন্দ্র  তামুলী, বিশিষ্ট শিক্ষয়িত্রী বোধেশ্বৰী বৰা, বোকাখাত জিলা চুতীয়া জাতি মহিলা সন্মীলনীৰ সভানেত্রী চন্দ্ৰপ্ৰভা শইকীয়া ডেকাকে প্রমুখ্য কৰি ভালেসংখ্যক ব্যক্তি উপস্থিতি থাকে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd