DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, December 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলীউদৰ প্ৰসিদ্ধ অভিনেতা কিৰন কুমাৰৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2020 7:42 am
kiran-kumar-710x375
926
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ প্ৰসিদ্ধ অভিনেতা কিৰন কুমাৰৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত অভিনেতাগৰাকী বৰ্তমান ১০দিন ধৰি স্বেচ্ছামূলক কোৱাৰেন্টাইনত আছে।

বাতৰি অনুসৰি, অভিনেতাগৰাকীয়ে নিজেই কোভিড-১৯ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছে।

তেওঁ লগতে কয় যে এখন হাস্পাতলত তেওঁ এটা সাধাৰণ চিকিৎসাৰ বাবে যোৱাৰ সময়ত কেইটামান পৰীক্ষা কৰাৰ পাছত ইয়াৰ বিষয়ে জানিব পাৰে।

তেওঁ যেতিয়া এক আগতীয়া সাৱধানতামূলক ব্যৱস্থা হিচাপে কোভিড-১৯ৰ পৰীক্ষা কৰে তেতিয়া তেওঁৰ ফলাফল পজিটিভ ধৰা পৰে।

অভিনেতাগৰাকীয়ে লগতে সদৰী কৰে যে তেওঁৰ সংক্ৰমণৰ কোনো লক্ষণ দেখা যোৱা নাছিল।

বাতৰিত প্ৰকাশ পোৱা মতে কিৰন কুমাৰে সোমবাৰে পুনৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰিব।

অভিনেতাগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে তেওঁ বৰ্তমান সুস্থ আছে আৰু পজিটিভ ধৰা পৰাৰ দহদিন পাছতো আনকি কোনো লক্ষণ দেখা দিয়া নাই।

কিৰন কুমাৰ হিন্দী ছবিজগতৰ প্ৰয়াত অভিনেতা জীৱন কুমাৰৰ পুত্ৰ।

বলীউদৰ কমেও এশ খন ছবিত তেওঁ অভিনয় কৰিছে আৰু হিন্দী শ্ব’ৰ লগতে ভোজপুৰী তথা গুজৰাটী টিভি চিৰিয়েলতো তেওঁ অভিনয় কৰিছে।

Tags: COVID-19

Recent News

Waiter beaten to death

বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

rain in guwahati

শীতৰ বাহক: ৯ ডিচেম্বৰলৈকে মহানগৰীত বৰষুণৰ আগজাননী

TV Actor Kills Man

চাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

APSC scam

লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী এপিএছচি কেলেংকাৰিৰ তদন্ত: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd