• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA ৰ বিৰোধতাৰ বাবে চৰকাৰে “বেটী বচাও’ৰ এম্বেছাদৰ পৰিণীতি চোপ্ৰাক বিদায় দিলে নেকি?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2019 7:28 am
585598-parineeti-chopra-061917

বলিউদ অভিনেত্ৰী পৰিণীতি চোপ্ৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কা আৰু এন আৰ চিক লৈ সমগ্ৰ দেশতে চলি থকা প্ৰতিবাদ আন্দোলনৰ মাজত বলিউদৰ তাৰকাসকলেও বিষয়টোত নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

কেইদিনমান পূৰ্বে প্ৰতিবাদকাৰী জামিয়া মিলিয়া ইছলামিয়া আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰিছিল।

Apply Now

উক্ত হিংসাত্মক কাৰ্যৰ পাছতে সমগ্ৰ দেশতে জনসাধাৰণে ইয়াৰ সমালোচনা কৰাৰ সমান্তৰালকৈ চলচ্চিত্ৰ জগতৰ বহু তাৰকায়ো এই ঘটনা সম্পৰ্কে মন্তব্য কৰিছিল।

অভিনেত্ৰী পৰিণীতি চোপ্ৰাইয়ো এই ঘটনাৰ টুইট কৰি চৰকাৰৰ সমালোচনা কৰিছিল।

পৰিণীতি চোপ্ৰাই টুইট কৰি লিখিছিল,’’যদি নাগৰিকৰ দ্বাৰা নিজৰ মতামত ব্যক্ত কৰাৰ বাবে প্ৰতিবাৰে এনেকুৱা হয় তেতিয়াহ’লে কেব (Citizenship Amendment Bill)ক পাহৰি যাওক। আমি এখন বিধেয়ক গৃহীত কৰা উচিত আৰু নিজৰ দেশক গণতান্ত্ৰিক দেশ বুলি কোৱাটো বাদ দিয়া উচিত। নিজৰ মনৰ কথা কোৱাৰ বাবে নিৰ্দোষী লোকক প্ৰহাৰ কৰা হৈছে? এয়া বিপদজনক আৰু বৰ্বৰ ।‘’

If this is what’s gonna happen everytime a citizen expresses their view, forget #CAB, we should pass a bill and not call our country a democracy anymore! Beating up innocent human beings for speaking their mind? BARBARIC.

— Parineeti Chopra (@ParineetiChopra) December 17, 2019

এই টুইটৰ পাছতে আন কেইটামান টুইট আহে য’ত কোৱা হৈছে যে হাৰিয়ানা চৰকাৰে পৰিণীতিক “বেটি বচাও-বেটি পঢ়াও’ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ পদৰ পৰা অঁতৰাই দিছে।

পৰিণীতিৰ এই টুইটৰ পাছতে এজন য়ুজাৰে লিখিছে,’’হাৰিয়ানাত বেটি বচাও-বেটি পঢ়াও’ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ পৰিণীতি চোপ্ৰাৰ কা বিৰোধী টুইটৰ বাবে চৰকাৰে তেওঁৰ এই পদ কাঢ়ি নিলে।

প্ৰকল্প সঞ্চালক যোগেন্দ্ৰ মালিকে কয় যে পৰিণীতি আমাৰ ব্ৰেণ্ড এম্বেছাদৰ নহয়।

উল্লেখযোগ্য যে বাতৰি অনুসৰি, ২০১৫ বৰ্ষত হাৰিয়ানা চৰকাৰে পৰিণীতি চোপ্ৰাক  “বেটি বচাও-বেটি পঢ়াও’ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ নিযুক্ত কৰিছিল। কিন্তু পৰিণীতিৰ চুক্তি ২০১৬ত সমাপ্ত হয়।

ইয়াৰ পাছত ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা সাক্ষী মালিকক এই পদত নিযুক্ত দিয়া হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd