• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘এতিয়া তেওঁকেই সুধিব এই ফ্ৰী টাইম লৈ কি কৰিব’, ছিৰাজত মুগ্ধ শ্ৰদ্ধাৰ মন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 9:16 am
292
VIEWS
Share on FacebookShare on Twitter

মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙৰ ফলত ধৰাশায়ী হৈ পৰে লংকা-ব্ৰিগেড। এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে এছিয়া কাপত ১০ উইকেটত জয়লাভ কৰে। এই খেলখনত দসুন শনাকাৰৰ দলটোৱে মাত্ৰ ১৫.২ অভাৰ খেলিছিল, শ্ৰীলংকাৰ ইনিংছ ৫০ অভাৰত শেষ হৈছিল।

টীম ইণ্ডিয়াৰ এই কৃতিত্বৰ আটাইতকৈ ডাঙৰ দাবীদাৰ মহম্মদ চিৰাজ। এই পেচাৰগৰাকীয়ে মাত্ৰ ২১ ৰানত ৬টা উইকেট দখল কৰে। তেওঁৰ এই দৰ্শনীয় প্ৰদৰ্শনে সমগ্ৰ দেশকে আমোদ দিছে। চেলিব্ৰিটিসকলো আছে এই তালিকাত। ছিৰাজত মন্ত্ৰমুগ্ধ শ্ৰদ্ধা কাপুৰৰ পৰা আৰম্ভ কৰি মেগাষ্টাৰ অনুষ্কা শৰ্মালৈকে।

দেওবাৰে ভাৰতক জয়ী হ’বলৈ মাত্ৰ ৫১ ৰানৰ প্ৰয়োজন হৈছিল। ৰোহিত শৰ্মাৰ দলটোৱে ৬.১ অভাৰ বেটিং কৰি বিজয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে। গতিকে গোটেই মেচখন ২০ অভাৰত শেষ হয়! সেয়ে, যিসকলে দেওবাৰে সন্ধিয়া টিভিৰ পৰ্দাৰ সন্মুখত বহি এছিয়া কাপৰ ফাইনেল চোৱাৰ পৰিকল্পনা কৰিছিল, তেওঁলোক অতি হতাশ হৈছিল! ছিৰাজৰ দুৰ্ধৰ্ষ বলিং প্ৰদৰ্শনৰ বাবে ১০০ অভাৰৰ মেচখন ২০ অভাৰহে চলিছিল।

মেচখন সোনকালে শেষ হোৱাৰ লগে লগে শ্ৰদ্ধা কাপুৰে ৰসিকতাৰ সুৰত লিখিলে – ‘এতিয়া চিৰাজকে সোধক এই ফ্ৰী টাইম লৈ কি কৰিব’! শ্ৰদ্ধাই বগা টি-চাৰ্ট আৰু টুপী পিন্ধি এখন ছবিও পোষ্ট কৰে।

আনহাতে, অনুষ্কা শৰ্মাইও টীম ইণ্ডিয়াৰ এই যুৱ পেচাৰগৰাকীক প্ৰশংসা কৰি লিখিছে, ‘ক্যায়া বাত হায় মিঁয়া… মেজিক’।

ফাইনেলত জয়লাভ কৰি কেৱল ভাৰতেই নহয়, শ্ৰীলংকাৰো হৃদয় জয় কৰিবলৈ সক্ষম হয় ছিৰাজে। এছিয়া কাপৰ ফাইনেলত মেন অৱ দ্য মেচ ছিৰাজে তেওঁৰ সকলো পুৰস্কাৰৰ ধন প্ৰেমদাছা ষ্টেডিয়ামৰ কৰ্মচাৰীক গতাই দিয়ে। বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত এছিয়া কাপক সফল কৰি তোলাৰ বাবে তেওঁলোকে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে ছিৰাজে কৃতজ্ঞতা প্ৰকাশ কৰে।

খেলখনৰ অন্তত টিম ইণ্ডিয়াৰ অধিনায়কে মহম্মদ ছিৰাজৰ এটা গুৰুত্বপূৰ্ণ আপডেট দিয়ে। ৰোহিতে কয় যে ছিৰাজক একেৰাহে সাতটা অভাৰৰ স্পেল দিয়াৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষকে ৰোহিত শৰ্মাক তাতেই ৰ’বলৈ কয়! ছিৰাজক আৰু বলিং কৰিবলৈ নিদিবলৈ কয়।

সংবাদমেলত অধিনায়কগৰাকীয়ে কয়, ‘সেই স্পেলত (ফাইনেলত ওপেনিং স্পেল) ছিৰাজে একেৰাহে ৭ অভাৰ বলিং কৰিছিল। সাত অভাৰ বলিং কৰাটো একেবাৰেই সহজ কাম নহয়। মই বিচাৰিছিলো ছিৰাজে আৰু বলিং কৰক। কিন্তু আমাৰ প্ৰশিক্ষকৰ পৰা এটা বাৰ্তা আহিল যে এতিয়া তেওঁ (ছিৰাজে) আৰু বলিং নহয়। তেওঁক ৰখাব লাগিব। এই দিনটোত আৰু অধিক বলিং কৰিবলৈ আগ্ৰহী আছিল ছিৰাজে। তেওঁ ইমানেই ছন্দত আছিল যে তেওঁ আৰু বলিং কৰিব বিচাৰিছিল।’

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd