DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2021 1:36 pm
tajmahal_web
850
VIEWS
Share on FacebookShare on Twitter

তাজমহলত বোমাতংক। এই বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিলে তাজমহলত।

বৃহস্পতিবাৰে পুৱা ভাগত বোমাতংকৰ পিছতে সুৰক্ষাৰ স্বাৰ্থত তাজমহলৰ দুখনকৈ গেট বন্ধ কৰা দিয়া হয়।

প্ৰকাশিত বাতৰি অনুসৰি উত্তৰ প্ৰদেশ আৰক্ষীৰ জৰুৰী নম্বৰলৈ অজ্ঞাত নম্বৰৰ পৰা এটা ফোন কল আহে। ফোন কলটোত কোৱা হয় যে তাজমহলত এটা বোমা স্থাপন কৰি থোৱা হৈছে।

এই খবৰ পোৱাৰ মাত্ৰকে তাজমহলত থকা পৰ্যটকসকলক চৌহদৰ বাহিৰলৈ উলিয়াই গেট বন্ধ কৰি দিয়া হয়।

ইয়াৰ পিছতে বোমাৰ সন্ধানত নামি পৰে বোবা স্কোৱাড আৰু আৰক্ষীৰ বিশাল দল।  জানিব পৰা মতে স্নিফাৰ ডগও ব্যৱহাৰ কৰো দলটোৱে।

We’d received info from control room that a man called them up saying that there are discrepancies in military recruitment & he wasn’t recruited. A Bomb is kept at Taj Mahal which will explode soon. Security check is being done around Taj Mahal: Shiv Ram Yadav, SP (Protocol) Agra pic.twitter.com/crr8x8sb43

— ANI UP (@ANINewsUP) March 4, 2021

অৱেশ্যে তাজমহলৰ চৌহদত দলটোৱে কোনো বোমাৰ সন্ধান লাভ নকৰিলে।

ইফালে অজ্ঞাত ফোনটো কৰ পৰা আহিছিল তাৰো অনুসন্ধান আৰম্ভ কৰে আগ্ৰা আৰক্ষীয়ে।

আৰক্ষীৰ মতে সেই সংশ্লিষ্ট ফোনটো আহিছিল ফিৰোজাবাদৰ কোনো এক ব্যক্তিৰ পৰা। লোকজনে ভুৱা আতংক বিয়পোৱাৰ বাবেই উক্ত ফোনটো কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইতিমধ্যে ব্যক্তিকজনক আটক কৰিছে আৰক্ষীয়ে।

“সেনা বাহিনীত স্বচ্ছ নিয়োগ হোৱা নাই। তেওঁক নিয়োগ নকৰাৰ বাবে তেওঁ তাজমহলত বোমা ৰখা বুলি জনাইছিল।” আগ্ৰা আৰক্ষী অধীক্ষক শিৱৰাম যাদৱে সংবাদ মাধ্যমক কয়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd