• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত ভাৰভাৰা ৰাওৰ অস্থায়ী জামিন বৃদ্ধি মুম্বাই উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2022 4:15 pm
P Varavara Rao
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাই উচ্চ ন্যায়ালয়ে আজি ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত ৮১ বছৰীয়া কবি তথা সমাজকৰ্মী পি ভাৰাভাৰা ৰাওক প্ৰদান কৰা অস্থায়ী জামিন ৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰে। দেশৰ সাম্প্ৰতিক ক’ভিদ পৰিস্থিতিৰ উদ্ধৃতি দি ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাওক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা আনন্দ গ্ৰোভাৰে আদালতক ৰাওৰ স্বাস্থ্যৰ অৱস্থা সন্তোষজনক নহয় বুলি যুক্তি আগবঢ়াই স্থায়ী জামিনৰ বাবে আবেদন কৰাৰ পিছত ন্যায়াধীশ এছ এছ চিন্দে আৰু এন আৰ বৰকাৰৰ বিচাৰপীঠে পূৰ্বৰ অস্থায়ী জামিন সম্প্ৰসাৰণৰ নিৰ্দেশ জাৰি কৰে।

Apply Now

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (NIA) হৈ অধিবক্তা সন্দেশ পাটিলে গ্ৰোভাৰৰ আবেদনৰ বিৰোধিতা কৰে আৰু কয় যে যোৱা বছৰ প্ৰদান কৰা জামিন সময়ে সময়ে বৃদ্ধি কৰা হৈছিল আৰু সেয়েহে ৰাওৱে এতিয়া আত্মসমৰ্পণ কৰা উচিত।

উল্লেখ্য যে ভাৰভাৰা ৰাওৱে শুক্ৰবাৰে আত্মসমৰ্পণ কৰাৰ কথা আছিল।

আদালতে কয় যে চিকিৎসা প্ৰতিবেদনৰ মাধ্যমেৰে জামিন সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা প্ৰয়োজন। আদালতে লগতে কয় যে বৰ্তমানৰ ক’ভিদ-19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু ৰাওৰ বয়স বিবেচনা কৰি NIA ই জামিন সম্প্ৰসাৰণত আপত্তি কৰা উচিত নহয়।

২০২১ চনৰ আগষ্টত তেওঁৰ ছয় মাহৰ জামিনৰ ম্যাদ উকলি যোৱাৰ পিছত এইয়া ৰাওৰ ষষ্ঠ জামিন সম্প্ৰসাৰণ।

ৰাওক প্ৰতিনিধিত্ব কৰা অধিবক্তা সকলে আদালতক জনায় যে ৰাওৰ পূৰ্বৰ ৰোগবোৰৰ বাহিৰেও কিছুমান নতুন ৰোগত আক্ৰান্ত হৈছে। সেয়েহে তেওঁৰ জামিন সম্প্ৰসাৰণ প্ৰদান কৰা উচিত।

ৰাওৰ সন্তানে তেওঁৰ স্বাস্থ্যৰ যত্ন ল’ব পৰাকৈ হায়দৰাবাদলৈ যাব পৰাকৈ অনুমতিও বিচাৰে অধিবক্তা সকলে।

উল্লেখ্য যে পুনেৰ ভীমা কোৰেগাঁও স্মাৰকৰ কাষত সংঘটিত হোৱা হিংসাত্মক কাণ্ডত উচতনি যোগোৱাৰ অভিযোগ তুলি ৰাওৰ লগতে কেইবাজনো কবি, সাহিত্যিক, সমাজকৰ্মী আৰু মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিমধ্যে গোচৰৰ অন্যতম অভিযুক্ত ষ্টেলিন স্বামীৰ কাৰাগাৰতেই মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd