• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভীমা কোৰেগাঁও গোচৰ: আনন্দ টেলটুম্বডেৰ জামিন লাভ, গৌতম নৱলাখাৰৰ গৃহবন্দিত্বত স্থগিতাদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2022 6:20 pm
আনন্দ টেলটুম্বডে আৰু গৌতম নৱলাখা।

আনন্দ টেলটুম্বডে আৰু গৌতম নৱলাখা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বম্বে উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ভীমা কোৰেগাঁও গোচৰৰ অন্যতম অভিযুক্ত সক্ৰিয় সমাজকৰ্মী আনন্দ টেলটুম্বডেৰ জামিন মঞ্জুৰ কৰিছে। লাইভ ল’ৰ বাতৰি অনুসৰি বুম্বে উচ্চ ন্যায়ালয়ে টেলটুম্বডেক এক লাখ টকাৰ ব্যক্তিগত জামিন বণ্ডত অন্য দুই অভিযুক্তসহ জামিন প্ৰদান কৰে।

অৱশ্যে জামিন লাভ কৰিলেও অভিযুক্ত টেলটুম্বডে অহা এসপ্তাহলৈকে মুকলি আকাশলৈ অহাৰ সম্ভাৱনা নাই। উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA) উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ গাডকাৰী আৰু মিলিন্দ যাধৱৰ বিচাৰপীঠে বোম্বে উচ্চ ন্যায়ালায়ৰ এই ৰায়ক এসপ্তাহৰ বাবে স্থগিতাদেশৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ২০১৮ চনত পুনেৰ সমীপৰ ভীমা কোৰেগাঁৱত সংঘটিত গোষ্ঠীগত হিংসাত্মক ঘটনাৰে জড়িত থকাৰ অভিযোগত গোৱা ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ অধ্যাপক টেলটুম্বেকো গ্ৰেপ্তাৰ কৰা হৈছিল।

Apply Now

NIAৰ দাবী যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত এলগাৰ পৰিষদৰ আহ্বায়কসকলৰ ভিতৰত টেলটুম্বডেও আছিল আৰু সেই পৰিষদৰ পাছদিনাই ভীমা কোৰেগাঁৱত হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছিল, য’ত এজন লোকৰ মৃত্যু হয়।

NIAই লগতে আনন্দ টেলটুম্বডেই নিজ ভাতৃ মিলিন্দ টেলটুম্বডেক মাওবাদী আন্দোলনত যোগদান কৰিবলৈ প্ৰেৰণা যোগোৱাৰো অভিযোগ উত্থাপন কৰে। যোৱা বছৰৰ ১৩ নৱেম্বৰত মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ২৬ গৰাকী মাওবাদীৰ ভিতৰত মিলিন্দ টেলটুম্বডেও আছিল।

জামিন আবেদনত আনন্দ টেলটুম্বডে কয় যে তেওঁ মাওবাদী মতাদৰ্শৰ সমালোচনা কৰি আহিছে আৰু মৃত্যুৰ পূৰ্বে ২৫ বছৰ ধৰি ভাতৃৰ সৈতে কোনো যোগাযোগ কৰা নাছিল।

ইফালে ভীমা কোৰেগাঁও গোচৰৰ অন্যতম এগৰাকী অভিযুক্ত সমাজকৰ্মী গৌতম নৱলাখাক গৃহবন্দী কৰাৰ অনুমতিক প্ৰত্যাহ্বান জনাই NIA-ই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হয়।

উল্লেখ্য যে স্বাস্থ্যজনিত কাৰণত যোৱা ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নৱলাখাক এমাহৰ বাবে গৃহবন্দী কৰি ৰখাৰ অনুমতি দিছিল। ৭০ বছৰীয়া নৱলাখাই কাৰাগাৰত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰি জে’লৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ আবেদন জনাইছিল।

সৰ্বোচ্চ ন্যায়ালয়ে সমাজকৰ্মী গৌতম নৱলাখাক গৃহবন্দিত্বৰ বাবে অনুমতি প্ৰদান কৰিলেও আমোলাতন্ত্ৰিক বাধা আৰু NIA-ই দৰ্শোৱা বিভিন্ন আপত্তিৰ বাবে নৱী মুম্বাইৰ তালোজা কাৰাগাৰতে কাৰাৰুদ্ধ হৈ আছে।

যোৱা বুধবাৰে NIA-ই গৃহবন্দিত্বৰ কালত নৱলাখাই থাকিব বিচৰা বাসগৃহটো তিনিটা প্ৰৱেশ আৰু প্ৰস্থান পথ থাকিলেও তাত চিচিটিভি কেমেৰা নাই বুলি দাবী কৰে। ইয়াৰ পাছতে ন্যায়ালয়ে তেওঁৰ গৃহবন্দিত্ব স্থগিত ৰাখিছিল।

নৱলাখাৰ গৃহবন্দী কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা অন্যতম চৰ্ত আছিল ঘৰৰ প্ৰতিটো প্ৰৱেশ আৰু প্ৰস্থান পইণ্টত চিচিটিভি কেমেৰা থাকিব লাগিব। NIA-ই দাবী কৰে যে উক্ত অট্টালিকাৰ তলৰ মহলাটোত এটা ৰাজহুৱা পুথিভঁৰাল আছে যাৰ বাবে অভিযুক্তৰ ওপৰত সতৰ্ক দৃষ্টি ৰখাটো অতি কঠিন হ’ব। ইয়াৰ উপৰিও অট্টালিকাৰ স্বত্বাধিকাৰগৰাকী কমিউনিষ্ট পাৰ্টিৰ সম্পাদক হোৱাৰ বাবে NIA-ই নৱলাখাৰৰ গৃহবন্দিত্বক আপত্তি দৰ্শায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd