• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বোম্বে হাইক’ৰ্টৰ নিৰ্দেশ মৰ্মে আজি পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব অৰ্ণৱ গোস্বামী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2020 7:53 am

1 min read

Patiala House Court directs Delhi Police to register FIR against Arnab Goswami and Republic TV

অৰ্ণৱ গোস্বামী। ছবি সৌজন্য-- Scroll.in

1.8k
VIEWS
Share on FacebookShare on Twitter

ৰিপাব্লিক মিডিয়া নেটৱৰ্ক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীয়ে মঙলবাৰে কয় যে বুধবাৰ অৰ্থাৎ আজি তেওঁ দুপৰীয়া ২ বজাত এম এম জোচি মাৰ্গ আৰক্ষী পুলিচ ষ্টেশ্যনত উপস্থিত হ’ব।

মঙলবাৰে সন্ধিয়া এটা সাক্ষাৎতত গোস্বামীয়ে কয়, ‍‘মুম্বাই আৰক্ষী আয়ুক্তই চিন্তা কৰিব নালাগে। মই দুপৰীয়া ঠিক ২ বজাত হাজিৰ হম’।

তেওঁ লগতে কয় যে থানাত দ্বিতীয়বাৰ হাজিৰ হ’বলৈ আৰক্ষীয়ে চমন জাৰি কৰিছে, সেয়ে মই পাঁচ মিনিট আগতেই থানা পাম।

আৰক্ষীয়ে সোমবাৰে নিশা চমন জাৰি কৰি সোধা পোচাৰ বাবে বুধবাৰে দিনৰ ১১ বজাত থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল অৰ্ণৱক। কিন্তু পিছত মঙলবাৰে সময় সংশোধন কৰি সোধা পোচাৰ সময় ১১ বজাৰ বিপৰীতে ২ বজা কৰে।

উল্লেখ্য যে অৰ্ণৱ আৰু ৰিপাব্লিক টিভিৰ বিৰুদ্ধে ৰুজু হৈ থকা এজাহাৰ দুখন বাতিল কৰা বাবে কৰা আবেদন মঙলবাৰে বোম্বে হাইক’ৰ্টে নাকচ কৰে।

বিচাৰপতি উজ্জ্বল ভূঞা আৰু ৰিয়াজ চাগলা ডিভিজন বেঞ্চে অৰ্ণৱক মুম্বাই আৰক্ষীৰ সন্মুখত ব্যক্তিগতভৱে হাজিৰ হোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে। কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে অৰ্ণৱক।

গোস্বামীয়ে তেওঁৰ হিন্দী ভাষাৰ চেনেল ৰিপাব্লিক টিভিৰ প্ৰাইমটাইম শ্ব’ত যোৱা ২১ এপ্ৰিলত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰা তথা ঘৃণাৰ মন্তব্য কৰাৰ বাবে এজাহাৰসমূহ দাখিল কৰা হৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd