• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰয়াসৰ চোতালত অধ্যাপিকা ড৹ অজন্তা ৰাজখোৱাৰ তিনিখন গ্ৰন্থ উন্মোচন

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
February 17, 2022 8:11 am
227
VIEWS
Share on FacebookShare on Twitter

প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেশনৰ সহযোগত বোকাখাত জাতীয় বিদ্যালয়ৰ বকুল তলত ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ অজন্তা ৰাজখোৱাৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়।

বকুলতলৰ অনুষ্ঠানত ড৹ অজন্তা ৰাজখোৱাৰ”১২গৰাকী অসাধাৰণ অসমীয়া নাৰী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ড৹ লুকুমনি গোস্বামীয়ে, “পখীৰ পৃথিবীত হিয়া” নামৰ শিশু গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক দিলীপ ফুকনে” আৰু “বিষয়ঃ নাৰী” শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট কবি তথা প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰে।

অনুষ্ঠানত কমলেশ্বৰ ৰাজখোৱা ফাউন্ডেশনৰ সভাপতি অমূল্য বৰা, জে, ডি, এছ,জি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ অৰুন বৰা, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ পত্নী নীলিমা ৰাজখোৱা, ড৹ ৰুবী বৰা,পুতলী খাওণ্ড, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, ভবানন্দ কলিতাকে আদি অঞ্চলটোৰ ভালে সংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত নীলাক্ষী হাজৰিকা, সুদেষ্ণা তামূলী, জুৰি ৰাজখোৱা আদিয়ে গীত পৰিৱেশন আৰু গীতা ৰাজখোৱাৰ কবিতা আবৃত্তিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে।

সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক ভৱেশ শইকীয়াই ” প্ৰগতিবাদী সমাজ ব্যৱস্থাৰ অবিহনে এখন সুস্থ-সৱল ,সমতা-সম্প্ৰীতিৰে ভৰা সমাজ বৰ্তি নাথাকে” বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

লেখিকা ড৹ অজন্তা ৰাজখোৱাই নিজৰ মতপ্ৰকাশৰ বেলিকা গ্ৰন্থ সমূহৰ সৃষ্টিৰ আঁৰৰ প্ৰেৰণা দায়ক কথাখিনি ব্যক্ত কৰে ।প্ৰয়াসৰ অন্যতম সদস্য তথা কবি মনালিছা শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে প্ৰয়াসৰ মুখ্য সম্পাদক সোণেশ্বৰ নৰহে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd