• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পুতুল বৰুৱাৰ কাব্য গ্ৰন্থ “কবিতাৰ কুঁহকিনী” আৰু “দিগন্তত যাৰ হেৰাল সীমা” উন্মোচন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 18, 2022 4:59 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত যোৰহাটৰ জেইলৰোড স্থিত “প্ৰীতম ভৱন’ত” এখনি গ্ৰন্থ উন্মোচন আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় | যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী মামনি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ বিনীতা দত্তই | সভাখনিৰ আৰম্ভনিতে অনামিকা শৰ্মাই বৰগীত পৰিবেশন কৰে |

বিশিষ্ট সমাজসেৱিকা পুতুল বৰুৱাৰ দুখনি কাব্য গ্ৰন্থ “কবিতাৰ কুঁহকিনী” আৰু “দিগন্তত যাৰ হেৰাল সীমা”ৰ শুভ উন্মোচন কৰে ক্ৰমে বিশিষ্ট শিল্পী সন্ধ্যা দেৱী আৰু বিশিষ্ট কবি ৰঞ্জিত গগৈয়ে | সন্ধ্যা দেৱীয়ে পুতুল বৰুৱাৰ কবিতাৰ সুন্দৰ বাখ্যা আগবঢ়াই কয় যে- কবি পুতুল বৰুৱাৰ কাব্য সংকলনৰ শব্দ চয়ন অতি সুন্দৰ | তেওঁৰ কবিতাক সুৰীয়া কবিতা আখ্যা দি কয় যে হেঙুল-হাইতাল আদি শব্দৰ প্ৰয়োগেৰে অসমীয়া ভাষাৰ উন্নত শব্দ আৰু উন্নত ভাব-ভাষাই তেওঁৰ কবিতাত স্থান পাইছে বুলি তেওঁ লগতে কয় |

Apply Now

কাব্যৰ জগতখনত তেওঁ বহু দেৰিকৈ ভূমুকি মাৰিলে বুলি তেখেতে আক্ষেপ প্ৰকাশ কৰে | বিশিষ্ট কবি ৰঞ্জিত গগৈয়েও পুতুল বৰুৱাৰ কবিতাৰ অতি সুন্দৰ বিশ্লেষণ আগবঢ়াই আৰু ভবিষ্যতেও তেওঁৰ কবিতাই কবিতাৰ জগতত বহুদূৰ আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে | কবি পুতুল বৰুৱাৰ প্ৰতিবেশী অইল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অৱসৰপ্ৰাপ্ত মুখ্য মহাপ্ৰবন্ধক জীতেন্দ্ৰ সোণোৱালে তেখেতৰ ব্যক্তিত্ব আৰু সামাজিক দায়বদ্ধতাৰ বিষয়ে সুন্দৰ ভাষণ আগবঢ়ায় | মঞ্জুশ্ৰী দত্ত বৰুৱায়ো তেখেতৰ বিষয়ে কয় আৰু তেখেতৰ দ্বাৰা ৰচিত এটি কবিতা পাঠ কৰে |

ইয়াত প্ৰতীক্ষা প্ৰিয়মে কবি নৱকান্ত বৰুৱাৰ এটি সুন্দৰ কবিতা আবৃত্তি কৰে | সভাখনি সুন্দৰকৈ পৰিচালনা কৰে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা গায়ত্রী গগৈয়ে | এই অনুষ্ঠানতে সমাজ সেৱিকা পুতুল বৰুৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৫ গৰাকী “সদস্য ৰত্ন” আৰু কেন্দ্ৰীয় কমিটিলৈ নিবাৰ্চিত হোৱা ৪ গৰাকী সদস্যাক চেলেঙ চাদৰ আৰু স্মাৰকেৰে অভিনন্দন জনোৱা হয় |

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd