• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইনষ্টাগ্ৰাম লাইভত প্ৰাক্তন পত্নীসহ ৩ জনক হত্যা বডি বিল্ডাৰৰ; পিছত নিজেও ল’লে চৰম পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2023 11:38 am
ঘটনাৰ মূল অভিযুক্ত মৃত নাৰ্মিন চুলেজমানোভিচ। ফাইল ফটো: সংগ্ৰহীত।

ঘটনাৰ মূল অভিযুক্ত মৃত নাৰ্মিন চুলেজমানোভিচ। ফাইল ফটো: সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন বছনিয়ান বডি বিল্ডাৰে নিজৰ প্ৰাক্তন পত্নীক ইনষ্টাগ্ৰামত লাইভত নিৰ্মমভাৱে হত্যা কৰে। ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ সময়তে তেওঁ আৰু দুজন লোকক হত্যা কৰাৰ অভিযোগ উঠিছে। নাৰ্মিন চুলেজমানোভিচ নামৰ যুৱকজনে শেষত নিজকে গুলীয়াই মৃত্যুক আকোঁৱালি লয়।

যোৱা শুকুৰবাৰৰ এই হত্যাকাণ্ডত স্তম্ভিত হৈ পৰিছে দক্ষিণ-পূব ইউৰোপৰ দেশৰ সাধাৰণ নাগৰিকসকল। যুৱকজনে নিজৰ প্ৰাক্তন পত্নীক হত্যা কৰাৰ কাৰণ বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক: মণিপুৰৰ বিজেপিৰ সহযোগী সাংসদ লৰ্হো ফ’জে ক’লে-‘সংসদত মোক কথা ক’বলৈয়ে দিয়া নহ’ল’

Apply Now

যোৱা শুকুৰবাৰে গ্ৰেডাচাক নামৰ এখন চহৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড। পত্নীসহ ৩ জন লোকক হত্যা কৰাৰ উপৰিও অভিযুক্ত যুৱকজনৰ আক্ৰমণত আৰু আন ৩ জন লোক আহত হয়।

টুজলা চহৰৰ আৰক্ষীৰ মতে, অভিযুক্ত নাৰ্মিন চুলেজমানোভিচ নামৰ এজন পেছাদাৰী বডি বিল্ডাৰে আত্মঘাতী হয়। এই গোচৰৰ অধিবক্তাই কয় যে পত্নীক হত্যা কৰাৰ পিছত গ্ৰাডাচকৰ ৰাজপথত আগ্নেয়াস্ত্ৰ লৈ তললৈ নামি আহে যুৱকজন। পথচাৰী এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰক গুলীয়াই হত্যা কৰে। তেওঁৰ গুলীচালনাত এজন আৰক্ষী সহ এজন পুৰুষ আৰু এগৰাকী মহিলাও আহত হয়।

লগতে পঢ়ক: উজলিল শুভমন-যশস্বী যুটী! ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে টী-২০ শৃংখলাত সমতা স্থাপন ভাৰতৰ

বছনিয়াৰ সংবাদ মাধ্যমৰ মতে, গ্ৰেডাচাকৰ বডি বিল্ডাৰজনে কিছুদিনৰ পৰা প্ৰাক্তন পত্নীক ভাবুকি দি আহিছিল। তাৰ পিছত শুকুৰবাৰে তেওঁ আগ্নেয়াস্ত্ৰৰে আক্ৰমণ কৰে। মহিলাগৰাকীৰ মৃত্যু হয়।

এই সমগ্ৰ ঘটনা তেওঁ ইনষ্টাগ্ৰামত লাইভ কৰে। অৱশ্যে চৰকাৰী নিৰ্দেশত ইনষ্টাগ্ৰামৰ পৰা আঁতৰাই দিয়া হৈছে এই নৃশংস ঘটনাৰ ভিডিঅ’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd