• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজলিল শুভমন-যশস্বী যুটী! ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে টী-২০ শৃংখলাত সমতা স্থাপন ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2023 8:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম দুখন টী-২০ মেচত পৰাস্ত হোৱাৰ পিছত ভাৰতে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাইছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চতুৰ্থখন মেচত জয়লাভ কৰি হাৰ্দিক পাণ্ডিয়া বাহিনীয়ে ২-২ ব্যৱধানত শৃংখলাত সমতা স্থাপন কৰে। ০-২ ব্যৱধানত পিছ পৰি থকাৰ পাছত  টীম ইণ্ডিয়াই পৰৱৰ্তী দুখন মেচত একেৰাহে জয়লাভ কৰে।

টী-২০ অভিষেক মেচত ব্যৰ্থ হৈছিল যদিও শনিবাৰে যশস্বী জয়ছৱালে দলক জয়ী  কৰাইহে খেলপথাৰ এৰে। বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে ৫১টা বলত ৮৪ ৰান সংগ্ৰহ কৰে। মেচখনৰ ১৮টা বল বাকী থকা অৱস্থাত টীম ইণ্ডিয়াই ৯ উইকেটত জয়লাভ কৰে।

প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱাই ১৭৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ১৭ অভাৰতে বিজয়ত উপনীত হয়।

Apply Now

যশস্বী জয়ছোৱাল আৰু শুভমন গিলে প্ৰথম উইকেটত ১৬৫ ৰান সংযোজন কৰে। কেৰিবিয়ানৰ বলাৰসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে যুৱ অ’পেনাৰ দুগৰাকীয়ে।

গিলে ৫টা ছয় আৰু ৩টা চাৰিৰ সহায়ত ৪৭টা বলত ৭৭ ৰান সংগ্ৰহ কৰে। ৫১টা বলত অপৰাজিত ৮৪ ৰান সংগ্ৰহ কৰি মেন অফ দ্য মেচ দখল কৰে যশস্বীয়ে। তেওঁ ইনিংছটোত ৩টা ছয় আৰু ১১টা চাৰি কোবায়।

টছত জয়লাভ কৰি বেটিং কৰে ৱেষ্ট ইণ্ডিজে। চাই হোপ (৪৫) আৰু শ্বিমৰন হেটমায়াৰ (৬১)ৰ বাহিৰে বাকী কোনেও ৰান নাপালে। বেছিভাগ বেটছমেনে আনকি দুটা সংখ্যাৰ ৰানো সংগ্ৰহ কৰিব নোৱাৰিলে। খেলখনত নিয়মিতভাৱে উইকেট হেৰুৱায় ৱেষ্ট ইণ্ডিজে।

হোপে ২৯টা বলত ২টা ছয় আৰু ৩টা চাৰিৰ সহায়ত ৪৫ ৰান সংগ্ৰহ কৰে। শেষত হেটমায়াৰে বিস্ফোৰক হৈ পৰে। তেওঁ ৩৯টা বলত ৬১ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ৪টা ছয়, ৩টা চাৰি। তেওঁৰ বেটৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৱেষ্ট ইণ্ডিজে যুঁজ দিয়াৰ শক্তি পাইছিল যদিও শেষ ৰক্ষা নহ’ল।

ভাৰতৰ হৈ অৰ্শদীপে ৩টা উইকেট দখল কৰে। যশস্বী-শুভমনৰ দমনীয় ইনিংছেৰে ভাৰতে ২-২ ব্যৱধানত শৃংখলাত সমতা আনে। আন্তঃৰাষ্ট্ৰীয় টী-২০ত যশস্বীয়ে তেওঁৰ প্ৰথম অৰ্ধশতৰাণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd