• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিলেছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপলৈ অসমৰ লাভলিনা বৰগোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2018 10:26 am
Lovlina-Borgohain-570x320

লাভলিনা বৰগোহাঁই : ফাইল ফটো।

124
VIEWS
Share on FacebookShare on Twitter

ছিলেছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয দলক প্ৰতিনিধিত্ব কৰিবৰ বাবে বাচনি হৈছে অসমৰ গোলাঘাটৰ জীয়ৰী তথা প্ৰতিভাৱান বক্সাৰ লাভলিনা বৰগোহাঁই।

জানিব পৰা মতে অহা ৯-১৫ ছেপ্তেম্বৰত পোলেণ্ডৰ গ্লিৱিছত অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাখনত অসমৰ হৈ একমাত্ৰ লাভলিনাই এই সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনৰ বাবে ভাৰতৰ মহিলা বক্সিং দলটো অহা ৮ ছেপ্তেম্বৰত পোলেণ্ডলৈ ৰাওনা হ’ব বুলি বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ তৰফৰ পৰা জানিবলৈ পোৱা যায়।

ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত পুনৰ এবাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবৰ সুযোগ লাভ কৰা উদীয়মান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইক অসম এমেচাৰ বক্সিং সন্থাই অভিনন্দন জনাইছে।

উল্লেখযোগ্য যে অসমৰ প্ৰতিভাৱান বক্সাৰ লাভলিনাই আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বাবেই এনেদৰে পুনৰ এবাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে। তাৰোপৰি মংগোলিয়াত জুন মাহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় উলানবাটাৰ কাপ প্ৰতিযোগিতাত বক্সাৰ লাভলিনাই অৰ্জন কৰিছিল ৰূপৰ পদক।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd