• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অব্যাহত আছে প্ৰতিবাদ; আজিও মুকলি আকাশত উৰিল বি পি এফৰ দলীয় পতাকা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 4, 2020 7:37 pm
20200504_110726

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
যদি  ৰাজ্যপালে বি টি চিত আহিব নোৱাৰে তেন্তে সচ্ছ আৰু নিকা  প্ৰশাসন ব্যবস্থাৰ কেনে সম্ভৱ ?

আজিও বি টি এ ডিৰ প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰ চহৰৰ মুকলি আকাশত উৰিল বি পি এফৰ দলীয় পতাকা। হাইড্ৰ’জেন গেছ ব্যৱহৃত বেলুনেৰে ১৬×১০ ফুট (দীঘল×বহল ) নাঙলৰ ছবি থকা দলীয় পতাকা উৰুৱালে কোকৰাঝাৰ চহৰত।

ইয়াৰ পূৰ্বেও বি পি এফৰ কৰ্মী সকলে ড্ৰ’নেৰে আকাশত উৰুৱাইছিল বি পি এফৰ পতাকা। পিছে এয়া কিন্তু কোনো এটা উৎসৱৰ আনন্দৰে উৰুৱাই দিয়া নহয়। এয়া এটা প্ৰতিবাদৰ অংশহে। ৰাজ্যপালে বি টি চিত শাসন চলোৱাৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা প্ৰতিবাদ।

Apply Now

উল্লেখ্য যে ২৮ এপ্ৰিলৰ পৰা অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বি টি চিত শাসনৰ দায়িত্ব লৈছিল যদিও আজিলৈ বি টি চিত উপস্থিত হৈ প্ৰশাসনৰ ব্যবস্থাৰ ওপৰত বুজ লব পৰা নাই। অথচ ৰাজ্যপালে আজি কোকৰাঝাৰত অহা কথা আছিল যদিও আজিও আহিব নোৱাৰিলে।

অহা ১৭ মে লৈকে ৰাজ্যপাল জগদীশ মুখীয়ে বি টি চিত আহিব নোৱাৰে। কাৰণ তৃতীয় লকডাউনৰ নিৰ্দেশনা অনুসৰি লকডাউনৰ সময়ছোৱাত ৬৫ বছৰৰ ওপৰত আৰু ১২ বছৰৰ তলৰ কোনো নাগৰিকে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰে।

৬৫ বছৰৰ উৰ্ধ্বৰ মহামান্য ৰাজ্যপালেও এই নিৰ্দেশনা অমান্য কৰি আহিব নোৱাৰে। তেনে ক্ষেত্ৰত বি টি চিত প্ৰশাসন ব্যবস্থা কেনেকৈ স্বচ্ছ আৰু নিকা হ’ব বুলি আশা কৰিব? এই প্ৰস্ন তুলিছে বি পি এফৰ এগৰাকী সক্ৰিয় কৰ্মী মনঞ্জয় দৈমাৰীয়ে।

এই প্ৰসংগত তেওঁ কয়, ‍‘বি পি এফৰ দলীয় পতাকা উৰুৱা তথা উত্তোলন কৰা কাৰ্যসূচী অব্যাহত থাকিব যেতিয়ালৈকে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নতুনকৈ নিৰ্দেশনা নিদিয়ে’।

উল্লেখ্য যে বি টি চিৰ শাসন ৰাজ্যপালৰ হাতত যোৱাৰ পিছদিনা অৰ্থাৎ ২৮ এপ্ৰিলত প্ৰথম প্ৰতিক্ৰিয়াত হাগ্ৰামা মহিলাৰীয়ে বি পি এফৰ সকলো কৰ্মী তথা সমৰ্থক সকলক ঘৰে ঘৰে দলীয় পতাকা উত্তোলন তথা উৰুৱাবলৈ নিৰ্দেশ দিছিল। সেইমতে বি পি এফৰ কৰ্মী সকলৰ পতাকা উৰুৱা কাৰ্যসূচী আজিও অব্যাহত আছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd