• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োৱে বড়ো জনগোষ্ঠীৰ ইতিহাস ধ্বংস কৰিছে: মহেশ্বৰ বসুমতাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 20, 2021 3:36 pm
BPF leader slams Promod Bodo

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ইউপিপিএল দলটো প্ৰমোদ বড়োৰ নিজস্ব মইমতালিৰে চলোৱা দল। তাৰ বাবে ইউপিপিএলৰ মানুহ ক্ষুব্ধ  হৈছে। বড়ো জনগোষ্ঠীৰ লোক ক্ষুব্ধ হৈছে। প্ৰমোদ বড়োৰ ইউপিপিএল দলে বড়ো জাতিৰ ইতিহাস ধ্বংস কৰিছে। সংগ্ৰামক ধ্বংস কৰিছে। এই কথা বড়ো মানুহে বুজি পাইছে।‘’

এইদৰে মন্তব্য কৰিছে বিপিএফ নেতা, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে।

Apply Now

বসুমতাৰীয়ে কয়, ‘’যিসকলে বিপিএফ ত্যাগ কৰি বিজেপিলৈ গমন কৰিছিল তেওঁলোকে ভুল কৰিছে। শুধৰণি হোৱাৰ সময় এতিয়াও আছে। তেওঁ লোকক আমি আহ্বান জনাইছো তেওঁলোক পুনৰ বিপিএফলৈ উভতি আহক। তেওঁলোকৰ বাবে বিপিএফৰ দুৱাৰ খোলা আছে। কিন্তু তেওঁলোকে নিৰ্বাচনৰ আগতে বিপিএফলৈ ঘুৰি আহিব লাগিব।‘’

শুকুৰবাৰে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ বাবে আয়োজিত এখন সভাত এইদৰে মন্তব্য কৰে মহেশ্বৰ বসুমতাৰীয়ে।

তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীৰ প্ৰসংগত বসুমতাৰীয়ে লগতে কয়, ‘’তেওঁৰ অৱস্থা দেখি আমি দুখ পাইছো। তেওঁ বিপিএফ দল ত্যাগ কৰি যাব নালাগিছিল। এই সভাৰ জৰিয়তে ইমানুৱেল মোছাহাৰীৰ লগত বিপিএফ এৰি অন্য দললৈ যোৱা নেতা কৰ্মীক আমি আহ্বান জনাইছো তেওঁলোক পুনৰ বিপিএফ দললৈ উভতি আহক।‘’

শুকুৰবাৰে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যালয়ত বিপিএফ দলৰ সমষ্টিভিত্তিক নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে মহেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ ৰাখি বিপিএফ নেতা গৰাকীয়ে এইদৰে মন্তব্য কৰে।

সভাত উপস্থিত থাকি বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা বিপিএফৰ জ্যেষ্ঠ নেতা গনেশ কছাৰীয়েও বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বিজেপি দলে দেশৰ ৰাইজক প্ৰতাৰণা কৰাৰ বাহিৰে আন একোকে দিব পৰা নাই বুলিও কছাৰীয়ে মন্তব্য কৰে। শ্ব’লে চিনেমাৰ ডাইলগ মাৰি ইমানুৱেল মোছাহাৰীক কটাক্ষ কৰি গণেশ কছাৰীয়ে ক’লে –‘অৱকীয়া হোগা তেৰা কালীয়া’।

সভাত উপস্থিত থাকি শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দীপক ডেকাইও বিজেপি দলক সমালোচনা কৰে।

শুকুৰবাৰৰ সভাতে মহেশ্বৰ বসুমতাৰীক সভাপতি, যোগেন বসুমতাৰীক কাৰ্যকাৰী সভাপতি, চিত্ৰশ্বৰ নাৰ্জাৰীক মুখ্য আহ্বায়ক বলেন বড়োক আহ্বায়ক হিচাপে লৈ ৭১ জনীয়া বিপিএফৰ ৫৮ নং তামুলপুৰ বিধান সভাৰ সমষ্টি ভিত্তিক নিৰ্বাচনী পৰিচালনা সমিতি খন গঠন কৰা হয়।

সভাত সুৰেণ বসুমতাৰীক সভাপতি আৰু কানু কলিতাক মুখ্য আহ্বায়ক হিচাপে লৈ ৫১ জনীয়া গয়বাৰী ব্লক বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতিখনো গঠন কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd