DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত চলিছে কমিছনৰাজ, মিছা কথা কোৱা পৰিৱৰ্তনৰ চৰকাৰ: বিপিএফ নেতা দনেশ্বৰ গয়াৰী

এইবাৰ অসমত হ’ব আঞ্চলিক ৰাজনৈতিক দলৰ চৰকাৰ : গয়াৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 23, 2021 1:07 pm
Doneswar Goyari

বি পি এফৰ নিৰ্বাচিত পৰিষদীয় সদস্য দনেশ্বৰ গয়াৰী। ফটো: নৰ্থইষ্ট নাও।

222
VIEWS
Share on FacebookShare on Twitter

অসমত চলিছে কমিছনৰাজ, মিছা কথা কোৱা পৰিৱৰ্তনৰ চৰকাৰ। যেনেদৰে পৰিবৰ্তনৰ কথা কোৱা হৈছিল তেনেদৰে পৰিবৰ্তন হোৱা নাই। সেয়ে এইবাৰ অসমত হব আঞ্চলিক দলৰ চৰকাৰ।

এই মন্তব্য বি পি এফৰ নিৰ্বাচিত পৰিষদীয় সদস্য দনেশ্বৰ গয়াৰীৰ।

গয়াৰীয়ে কয় যে ৰাইজেও মিছা কথা কোৱা চৰকাৰৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। বি টি চি নিৰ্বাচনৰ ছেমিফাইনাল খেলত বি পি এফে ৰাইজৰ ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিধানসভা নিৰ্বাচনৰ ফাইনাল খেলতো বি পি এফে বিজয়ী হোৱাটো নিশ্চিত।

আজি কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত “আন্ত ক্লাৱ ভলীবল প্ৰতিযোগিতা” উদ্বোধন কৰি এইদৰে মন্তব্য কৰে দনেশ্বৰ গয়াৰীয়ে।

আজিৰ পৰা আৰম্ভ হোৱা আন্ত ক্লাৱ ভলীবল প্ৰতিযোগিতাৰ পৰাই শ্ৰেষ্ঠ খেলুৱৈ সকলক অহা ২৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হবলগীয়া “আন্ত জিলা ভলীবল প্ৰতিযোগিতা”ত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হ’ব বুলিও জনাই কোকৰাঝাৰ জিলাৰ ক্ৰীড়া সন্থাৰ পেট্ৰন তথা বি টি চিৰ পৰিষদীয় সদস্য দনেশ্বৰ গয়াৰীয়ে।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd