• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 8:59 pm
Hagrama-Mohilary-1
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন আয়োগে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ৰাজ্য ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা।

এই তৎপৰতাৰ মাজতে বহু জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিৰ সংগ ত্যাগ কৰি মহাজোঁটৰ সৈতে যোগদান কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিপিএফ দলে।

Apply Now

শনিবাৰে বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত ‘ক’ৰ কমিটিৰ’ ৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

অসমত শান্তি, একতা, উন্নয়নৰ আৰু দুৰ্নীতিমুক্ত চৰকাৰ গঠনৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি নিজৰ পেজবুক পেজত প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।

অহা বিধান সভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে একেলগে কাম কৰিব বিপিএফে।

উল্লেখ্য যে বিগত বিটিচি নিৰ্বাচনত বিপিএফৰে মিত্ৰতা ভংগ কৰি বিজেপিয়ে য়ুপিপিএলৰ সৈতে বিটিচি পৰিষদ গঠন কৰাৰে পৰা বিজেপিৰে বিপএফৰ মিত্ৰতা শেষ হ’ব বুলি ধাৰণা কৰা হৈছিল।

বিটিচিৰ নিৰ্বাচনৰ সময়ৰে পৰা দুই শাকসীয় দলৰ সৈতে ব্যৱধান বৃদ্ধি পালেও বিপিএফ-এ বৰ্তমানলৈকে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ দল হৈয়ে আছে। বিপিএফৰ তিনি মন্ত্ৰীয়ে এতিয়াও মন্ত্ৰীপদ ত্যাগ কৰা নাই চৰকাৰৰ পৰা।

কিন্তু বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিজেপিয়ে মিত্ৰতাৰ নিয়ম ভংগ কৰি বিপিএফক ক্ষমতাচ্যুত কৰিছিল।

ইয়াৰ পিছৰে পৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে ৰাজ্যিক পৰ্যায়ৰ মিত্ৰতা ভংগৰ ইংগিত দি আহিলেও ইয়াৰ চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাছিল।

বিপিএফ-এ মহাজোঁটৰ সৈতে যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে শাসকীয় বিজেপিৰ প্ৰতি মহাজোঁটে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে।

উল্লেখ্য যে মহাজোঁটত কংগ্ৰেছ, এআইয়ুডিএফ, বাওঁপন্থী দসলমূহৰ লগতে আঞ্চলিক গণমৰ্চাও আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd